• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত টে’ট শিক্ষক; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , March 7, 2019 5:14 pm

2 min read

বৰপেটাত শ্ৰেণীকোঠা এৰি ৰাজপথত টে’ট শিক্ষক; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ
326
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম টে’ট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সন্থাই আহ্বান জনোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে বৰপেটাটো সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ বৰপেটা জিলা সমিতিৰ আহ্বায়ক মণ্ডলীৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে যথেষ্ট ক্ষোভেৰে কয় যে বিগত বিধান সভাৰ নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি প্ৰথম কেবিনেটতে নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰখনৰ প্ৰায় তিনি বছৰীয়া কাৰ্যকালত এজনো ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষকক নিযমীয়াকৰণ নকৰিলে।

চৰকাৰৰ এনে ভূমিকাৰ বাবে বৃত্তিগত অৰ্হতা আৰু অভিজ্ঞতা থকাৰ পিছতো ৰাজ্যৰ কেইবা সহস্ৰাধিক ঠিকাভিত্তিত টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীৰ পদসমূহ আজিলৈ নিয়মীয়া নহ’ল বুলিও মন্তব্য কৰে। এই শিক্ষকসকলে জীৱনৰ নিৰাপত্তা হেৰুৱাই পেলোৱা বুলি উল্লেখ কৰি কৰ্মৰত অৱস্থাত মৃত্যুৰ মুখত পৰিলেও পৰিয়ালে কোনো সাহাৰ্য লাভ নকৰে বুলিও বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা শিক্ষক-শিক্ষয়িত্ৰী সকলে কয়।

বিগত সাত বছৰ ধৰি ঠিকাভিত্তিত পাঠদান কৰি অহা শিক্ষক-কৰ্মচাৰীৰ ন্যায্য দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰাৰ দাবী উত্থাপন কৰে। বিক্ষোভ কাৰ্যসূচীৰ অন্তত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিযতে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd