DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৪৭৯ টা গঁড়ৰ খৰ্গ ধ্বংস কৰাত অনুমোদন জনালে অসম ৰাজ্যিক কেবিনেটে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2021 6:29 pm
189
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন স্থানত সংৰক্ষিত হৈ থকা ২৪৭৯ টা গঁড়ৰ খৰ্গ ধ্বংস কৰাত অনুমোদন জনালে অসম ৰাজ্যিক কেবিনেটে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত লয়।

কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১৯৭৯ চনৰ পৰাই ৰাজ্যৰ বিভিন্ন কোষাগাৰত সংৰক্ষিত হৈ থকা এই খৰ্গ সমূহ ধ্বংস কৰি পেলোৱা হ’ব।

ৰাজ্যৰ ১২ টা কোষাগাৰত এই খৰ্গ সমূহ সংৰক্ষিত হৈ আছে।

২,৬২৩ টা গঁড়ৰ খৰ্গৰ ভিতৰৰে ৫০ টা খৰ্গৰ ক্ষেত্তৰত আদালতত গোচৰ চলি আছে।

সেয়ে উক্ত ৫০ টা খৰ্গ ধ্বংস কৰিব পৰা নাযাব।

কোষাগাৰ সমূহত সংৰক্ষিত হৈ থকা ৯৪ টা গঁড়ৰ খৰ্গ শৈক্ষিক উদ্দেশ্যত সংৰক্ষিত কৰি ৰখা হ’ব।

কেবিনেটে আজি লগতে এই বুলি সিদ্ধান্ত গ্ৰহণ কৰে যে বাকী থকা ২,৪৯৭ টা গঁড়ৰ খৰ্গ ধ্বংস কৰা হ’ব।

কেবিনেটত আজি ৰাজ্যৰ বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই কথা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৯৪ টা খৰ্গ কাজিৰঙাৰ সমীপত স্থাপন কৰিবলগীয়া নেছাৰেল হিষ্টৰী মিউজিয়ামত সংৰক্ষণ কৰা হ’ব।

২২ ছেপ্তেম্বৰৰ বিশ্ব গঁড় দিৱসৰ দিনটোতে গঁড়ৰ খৰ্গসমূহ ধ্বংস কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

Recent News

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd