DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এঘণ্টাৰ ভিতৰত পাব ক’ভিড টেষ্টৰ ফলাফল, কি জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 1, 2020 5:06 pm
Mother tongue to be medium of instruction upto Class V in Assam schools
504
VIEWS
Share on FacebookShare on Twitter

অহা শুকুৰবাৰৰ পৰা গুৱাহাটীত এঘণ্টাৰ ভিতৰতে কোভিড-১৯ৰ ফলাফল লাভ কৰিব পাৰিব, বুধবাৰে সংবাদমেলত জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

COVID-19 TESTING AG নামৰ এই পৰীক্ষাৰদ্বাৰা ক’ভিড টেষ্টিং চেণ্টাৰত এঘণ্টাৰ ভিতৰতে টেষ্ট কৰি ৰিজাল্ট দিয়া হ’ব।

তেওঁ কয় যে প্ৰথম অৱস্থাত গুৱাহাটীত এই টেষ্ট আৰম্ভ হ’ব।

“এই টেষ্ট ৰেপিড বা ব্লাড টেষ্ট নহয়। কেৱল নাকৰ পৰা স্বাব লোৱা হ’ব। যদি পজিটিভ আহে সেয়া প্ৰকৃততে পজিটিভ গণ্য কৰা হ’ব। যদি নিগেটিভ আহে বা তেওঁলোকৰ কিবা লক্ষণ থাকে তেন্তে পুনৰ এবাৰ সৱধানতাৰ বা RTPCR পৰীক্ষা কৰোৱা হ’ব,” মন্ত্ৰী শৰ্মাই কয়।

ইপিনে, এতিয়াৰে পৰা ৱেবচাইটৰ জৰিয়তেও জানিব পাৰিব কোভিড ৰিজাল্ট জানিব পাৰিব বুলি তেওঁ সদৰী কৰে।

“টেষ্ট কৰোৱাৰ সময়ত মোবাইলত যোৱা SRF নম্বৰ covidassam.inত গৈ paste কৰিলেই পৰীক্ষা কৰোৱাসকলে নিজৰ ৰিজাল্ট চাব পাৰিব,” তেওঁ জনায়।

শেহতীয়া ৰিজাল্টবিলাক ৱেবচাইটত আপলোড কৰা হ’ব বুলি তেওঁ জনায়।

কালি নিশা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তেওঁক ফোন কৰি ভাৰত চৰকাৰৰ পৰ্যালোচনাত গুৱাহাটীৰ ক’ভিড পৰিস্থিতি অৱনতি ঘটাৰ আশংকা কৰিছে বুলিও তেওঁ জনায়।

মন্ত্ৰীগৰাকীয়ে কয়, “যোৱা ৪-৫ দিনত যিদৰে ক’ভিড ৰোগী চিনাক্ত হৈছে সেয়া দিল্লী মুম্বাইৰ পেটাৰ্নত আগবঢ়াৰ ইংগিত বুলি ICMRএ জনাইছে। গতিকে মোক গুৱাহাটীৰ পৰীক্ষা পদ্ধতি কিছু সলনি কৰিবলৈ পৰামৰ্শ দিছে।”

ইয়াৰোপৰি, আজি পুৱাৰ ভাগত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিবৰ লগত ICMRৰ সঞ্চালকপ্ৰধানে এক ভিডিও কণফাৰেন্সিঙৰ জৰিয়তে এক নতুন কীটৰ জৰিয়তে পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত জনায়।

Tags: COVID-19

Recent News

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd