• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনত সোণৰ পদক অৰ্জন টুনলাই নাৰ্জাৰীৰ; মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আন্তৰিক অভিনন্দন জ্ঞাপন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2019 8:19 pm

1 min read

Tunlai Narzari

টুনলাই নাৰ্জাৰী

331
VIEWS
Share on FacebookShare on Twitter

চীনৰ চেংডুনত অনুষ্ঠিত ৱৰ্ল্ড পুলিছ এণ্ড ফায়াৰ গেমছৰ শ্বটপুটত সোণৰ পদক অৰ্জনেৰে ৰাজ্য তথা দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা এথলেট টুনলাই নাৰ্জাৰীক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে সোণোৱালে কয় যে বিংশ অসম আৰক্ষী (আই আৰ) বেটেলিয়নত কৰ্মৰত ৰাজ্যখনৰ টুনলাই নাৰ্জাৰীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গণত সোণৰ পদক অৰ্জনেৰে যি সুখ্যাতি অৰ্জন কৰিইছে সেয়া ৰাজ্যবাসীৰ বাবে অত্যন্ত গৌৰৱৰ বতৰা।

টুনলাই নাৰ্জাৰীৰ সফলতাই ৰাজ্যখনৰ উঠি অহা ক্ৰীড়াবিদসকলক নিজৰ নিজৰ ক্ৰীড়া ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু ঐকান্তিক অনুশীলনত ব্ৰতী হৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত পদক অৰ্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰাৰ দিশত অনুপ্ৰাণিত কৰিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

সোণোৱালে লগতে টুনলাই নাৰ্জাৰীয়ে ভৱিষ্যতেও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াঙ্গণত পদক অৰ্জনেৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।

 

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd