• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, May 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডেৰ লক্ষাধিক নগদ ধন আৰু ড্ৰাগছৰ সৈতে এগৰাকী মহিলাসহ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS ফাৰহানা আহমেদ
লখিমপুৰ , April 20, 2021 6:47 pm

1 min read

Police-750x375
261
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ ঘোষিত ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত এগৰাকী মহিলাসহ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰিক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি লখিমপুৰ জিলাৰ আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা দুটা অভিযানত ড্ৰাগছ আৰু নগদ ধনসহ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

সোমবাৰে বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বান্দৰদেৱাৰ ২ নং পাৰ্ৱতীপুৰত প্ৰথমে অভিযান চলাই আৰক্ষীয়ে হিৰণ্য দলে ওৰফে চৈত্যন্দ্ৰ দলে নামৰ লোকজনক নিষিদ্ধ ঘোষিত ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লোকজনৰ পৰা ১৩.৪৩ গ্ৰাম হিৰ’ইন, এটা মোবাইল ফোন আৰু ৩৩,৭০০ টকা নগদ ধনো জব্দ কৰে।

একেদিনাই অন্য এটা অভিযানত আৰক্ষীয়ে বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ২ নং পাৰ্ৱতীপুৰৰ দিহিৰি জীয়াঢলৰ পৰা ৬৬.০৭ গ্ৰাম হিৰ’ইনসহ পৱিত্ৰ দলেৰ পত্নী ধনন্তী দলে নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

মহিলাগৰাকীৰ পৰা উক্ত হিৰ’ইনখিনিৰ লগতে এটা মোবাইল ফোন আৰু ১,৩৮,২০০ টকা নগদ ধনো আৰক্ষীয়ে জব্দ কৰে।

লখিমপুৰ জিলাৰ উপ আৰক্ষী অধীক্ষক(হেড কোৱাৰ্টাৰ) ৰুণা নেওগ আৰু উপ পৰিদৰ্শক সুৰজ দলেৰ নেতৃত্ব এটা আৰক্ষীৰ দলে উক্ত দুয়োটা অভিযান চলাইছিল।

Recent News

Zaloni-Tea-Estate-750x375

উজনিৰ চাহ বাগিচাতো প্ৰৱেশ কৰোনাৰ : শ্ৰমিকসহ ৯০ গৰাকীৰ শৰীৰত কৰোনাৰ অৱস্থিতি

index.jpgaa

পুনৰবাৰ মাধমাৰ : দেশত পুনৰ ক্ৰমাগতভাৱে তৃতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য

index.jpgaa

দেশত ভয়ংকৰ পৰিস্থিতি!: বিশ্বৰ কৰোনাক্ৰান্তৰ অৰ্ধাংশ আৰু মৃতকৰ ২৫ শতাংশ ভাৰতৰ, WHOৰ দাবী

কোভিডৰ জটিল পৰিস্থিতিত জুবিন দম্পতীৰ মহানুভৱতা; দেখুৱালে এক সুন্দৰ নিদৰ্শন

কোভিডৰ জটিল পৰিস্থিতিত জুবিন দম্পতীৰ মহানুভৱতা; দেখুৱালে এক সুন্দৰ নিদৰ্শন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd