• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জি ট্ৰফী ২০২০ : হাৰিয়ানাৰ বিৰুদ্ধে মাত্ৰ ৯৭ ৰানতে প্ৰথম ইনিংছ সামৰিলে অসমে, ব্যৰ্থ ৰিয়ান পৰাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2020 3:05 pm
Assam Team

অসম দলটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঞ্জি ট্ৰফীৰ বিগত দুখন খেলত ক্ৰমে মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ বিৰুদ্ধে শোচনীয়ভাৱে পৰাস্ত হোৱা অসমে আজি ৰোহটকত এলিট গ্ৰুপ চিৰ এখন খেলত হাৰিয়ানাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।

গকুল শৰ্মা নেতৃত্বাধীন অসম ৰঞ্জি দলটোৱে চলিত ৰঞ্জি ট্ৰফীত এই পৰ্যন্ত ৭ খন খেলৰ পৰা মাত্ৰ ১৪ পইণ্ট সংগ্ৰহ কৰিছে।

Apply Now

আনহাতে, হাৰিয়ানাই এতিয়ালৈ খেলা ৭ খন খেলৰ পৰা ২৪ পইণ্ট সংগ্ৰহ কৰি অসমতকৈ বহু আগবাঢ়ি আছে।

অসমৰ দলটোৰ বাবে চিন্তাৰ মূল কাৰণ হৈছে খেলুৱৈসকলৰ বেটিং প্ৰদৰ্শন।

বলিঙত ৰঞ্জি মালী, অৰূপ দাস আৰু অলৰাউণ্ডাৰ ৰিয়ান পৰাগে সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

বাতৰি যুগত কৰালৈ অসমে প্ৰথমে বেটিং কৰি পুনৰ শোচনীয় প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ৯৭ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰে।

অসমৰ হৈ সৰ্বাধিক ৩৫ ৰান কৰে ৰাজাকুদ্দিন আহমেদে। অধিনায়ক গকুল শৰ্মা(১৫), ৰিয়ান পৰাগ(০), চাহিল জৈন(০)কে ধৰি বাকীসকল বেটছমেন শোচনীয়ভাৱে ব্যৰ্থ হয়।

হাৰিয়ানাৰ হৈ টিংকু কুন্দুই ৫ টা আৰু হৰ্ষ পেটেলে ৪ টা উইকেট দখল কৰে।

আনহাতে, হাৰিয়ানাই নিজৰ প্ৰথম ইনিংছত ৫ টা উইকেট হেৰুৱাই ৭২ ৰান সংগ্ৰহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

গাখীৰত ডিটাৰজেন্ট, পাম অইল! ৬ মাহত কোটি কোটি লিটাৰ বিক্ৰী; গুৰুতৰ ক্ষতি হ’ব পাৰে লিভাৰ-কিডনিৰ

July 14, 2026 2:27 pm
ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

ৰাজধানীত চুৰি নগদ ধন আৰু মংগলসূত্ৰ; ৰে’লৱেক ৮০ হাজাৰ টকা ক্ষতিপূৰণৰ নিৰ্দেশ গ্ৰাহক সুৰক্ষা আয়োগৰ

July 14, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

ফ্ৰান্সৰ প্ৰশিক্ষকে মুকলিকৈ ক’লে যে ছেমি ফাইনেলত স্পেইনেই ফেভাৰিট

July 14, 2026 3:21 pm
বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা: দুবছৰত বাংলাদেশলৈ বিতাড়ন ১৯৩ গৰাকী বিদেশী ঘোষিত ব্যক্তি আৰু ১৬৭৯ অবৈধ অনুপ্ৰৱেশকাৰী

July 14, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd