• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নৰ্থ ইষ্ট গেমছ ২০২৪ : প্ৰথমটো দিনতে অসমৰ খেলুৱৈয়ে আজুৰি আনিলে ১৯ টা পদক

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 20, 2024 8:43 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা নাগালেণ্ডত আৰম্ভ হৈছে ‘নৰ্থ ইষ্ট গেমছ ২০২৪’। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ বিভিন্ন খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে এই ক্ৰীড়ানুষ্ঠানত। 

উল্লেখ্য যে নৰ্থইষ্ট গেমছৰ প্ৰথমটো দিনতেই অসমৰ খেলুৱৈ সকলে ১৯ টাকৈ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Apply Now

প্ৰথম দিনা আৰম্ভ হোৱা এথলেটিকছ ইভেণ্টত অসমৰ খেলুৱৈসকলে মুঠ ৭টা পদক লাভ কৰিছে। ইয়াৰে চাৰিটা পদকেই সোণৰ পদক। 

৪ মিনিট ৫২ ছেকেণ্ডত ১৫০০ মিটাৰ দৌৰত জয়লাভ কৰি পাহি কেওটে কঢ়িয়াই আনে প্ৰথমটো পদক।

ইয়াৰ পিছতে ৰিম্পি বুঢ়াগোহাঁইয়ে ১২.১১ ছেকেণ্ডত ১০০ মিটাৰ দৌৰি সোণৰ পদক অৰ্জন কৰে। 

৪ ৪×৪০০ মিটাৰ ৰিলে মিনিট ৫.৫৭ ছেকেণ্ডত সম্পূৰ্ণ কৰি জয় লাভ কৰে অসমৰ পৰা যোৱা দলটোৱে।

ইফালে ডিস্কছ থ্ৰ’ত মমতা দলেই ৩০.৭৮ মিটাৰ থ্ৰ’ৰে সোণৰ পদক আৰু পুৰুষৰ ডিস্কছ থ্ৰ’ত মাধুৰ্য্য আৰান্ধৰাই ৪১.৪০ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে।

ধনুৰ্বিদ্যাতো অসমৰ ধনুৰ্বিদসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। মুকেশ বড়োৱে পুৰুষৰ ৭০ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে সোণালী বসুমতাৰীয়ে মহিলাৰ ৭০ মিটাৰত ৰূপৰ পদক লাভ কৰে।

কম্পাউণ্ড পুৰুষৰ ৫০ মিটাৰ দৌৰত অৰ্ণৱ জ্যোতি ডেকাই ৰূপৰ পদক লাভ কৰে। আনহাতেপেনচাক চিলাটত অসমৰ দলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি ৭টা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে।

টেনিছ ক’ৰ্টত অসমৰ পুৰুষ আৰু মহিলা দলে নাগালেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে।

টেবুল টেনিছত অসম মহিলা দলে লীগৰ প্ৰথমখন খেলত ছিকিমক ৩-০ গ’লত পৰাস্ত কৰি আগুৱাই যায়। ইফালে পুৰুষৰ দলটোৱে যোৱা বছৰৰ চেম্পিয়ন মিজোৰামক ৩-২ গ’লত পৰাস্ত কৰে।

অসম বেডমিণ্টন পুৰুষৰ দলটোৱে মেঘালয়ক ৩-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত স্থান দখল কৰে। ভলীবল দলটোৱেও ছিকিমক ৩-০ গ’লত পৰাস্ত কৰি আগুৱাই যায়।

উলেখ্য যে সোমবাৰৰ পৰা আৰম্ভ হোৱা নৰ্থ ইষ্ট গেমছৰ তৃতীয় সংস্কৰণৰ অন্ত পৰিব অহা শনিবাৰে ।

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ মাজত ঐক্য আৰু সংহতি গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপেও এই গেমছৰ গুৰুত্ব আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd