• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক বিশ্বকাপলৈ লৈ যোৱাৰ লক্ষ্যৰে ইনিয়েষ্টাৰ দেশ স্পেইনত গোপনে অনুশীলনত ব্যস্ত এগৰাকী অসমীয়া ফুটবলাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2019 6:30 pm
Kabir Baruah Nath

কবীৰ বৰুৱা নাথ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও বিশ্বকাপ ফুটবলত অংশগ্ৰহণৰ যোগ্যতা অৰ্জনৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হোৱা ভাৰতীয় ফুটবলক বিশ্বকাপৰ মজিয়ালৈ আগবঢ়াই নিয়াৰ বাবে ফুটবলৰ ঘৰ স্পেইনত গোপনে অনুশীলন অব্যাহত ৰাখিছে অসম সন্তান তথা ভাৰতৰ প্ৰতিভাৱান ফুটবলাৰ কবীৰ বৰুৱা নাথে।

১৯৩২ চনতে স্থাপন হোৱা স্পেইনৰ প্ৰসিদ্ধ ফুটবল ক্লাৱ চি ডি অলিম্পিক ডি জাটিভালৈ প্ৰথমগৰাকী ভাৰতীয় ফুটবলাৰ হিচাপে নিৰ্বাচিত হৈছে কবীৰ বৰুৱা নাথে।

Apply Now

১৮ বৰ্ষীয় তাৰকা ফুটবলাৰ গৰাকীক অসামান্য ড্ৰিবলিং, বলৰ ওপৰত থকা নিয়ন্ত্ৰণ আৰু গ’ল কৰাৰ ক্ষমতাৰ বাবে এগৰাকী বিশ্বমানৰ ফুটবলাৰত পৰিণত কৰিছে।

উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন স্থানৰ পৰা বাছি উলিওৱা ৩৫ জন ফুটবলাৰৰ ভিতৰৰ পৰা মাত্ৰ তিনিজন ফুটবলাৰক স্পেইনৰ মূল ক্লাৱটোৰ হৈ খেলিবলৈ নিৰ্বাচিত কৰা হৈছে।

বিশ্বৰ আগশাৰীৰৰ ফুটবল খেলা দেশ সমূহৰ খেলুৱৈক নিজৰ প্ৰতিভাৰে পৰাস্ত কৰি অসমৰ খেলুৱৈ কবীৰে স্পেইনৰ ক্লাৱটোৰ হৈ বিশ্বমানৰ ফুটবলাৰৰ সৈতে খেলিবলৈ সুযোগ লাভ কৰে।

লক্ষ্যণীয় কথাটো হ’ল ভাৰতীয় ফুটবলত দীৰ্ঘদিনৰ পৰা তাৰকা ষ্ট্ৰাইকাৰ আৰু মিডফিল্ডাৰৰ অভাৱ অনুভৱ হৈ আহিছে। পূৰ্বে বাইচুং ভূটীয়া আৰু বৰ্তমান সুনীল ছেত্ৰীয়ে কিছু পৰিমানে সেই অভাৱ পুৰণ কৰিবলৈ সক্ষম হৈছে যদিও সেয়া বিশ্বকাপৰ দৰে প্ৰতিযোগিতাত দলক উপনীত কৰোৱাৰ বাবে পৰ্য্যাপ্ত নহয়।

সতীৰ্থৰ সহযোগিতাৰ অভাৱত প্ৰতিভা থাকিও দেশক বিশ্বকাপলৈ লৈ যাব নোৱাৰিলে বাইচুং আৰু সুনীলে। এতিয়া অধিনায়ক সুনীল ছেত্ৰীৰো বয়স হৈছে।

আশাকৰা হৈছে ইনিয়েষ্টা, ডেভিদ ভিল্লা, ৰেমোছৰ দেশত ফুটবলৰ আধুনিক শৈলীৰে পৈনত হৈ আহি অসমৰ কবীৰে অনাগত দিনত ভাৰতীয় ফুটবলৰ গুৰি ধৰিব।

কবীৰ বৰুৱা নাথৰ ঘৰ অসমৰ যোৰহাটত। তেওঁৰ পিতৃ ডাঃ কল্পজিৎ নাথ আৰু মাতৃ ডাঃ গীতাৰাণী বুৰৱা।

অসমৰ খেলুৱৈ গৰাকীৰ সফলতাই সমগ্ৰ দেশত খলকনি লগোৱাৰ সময়তে সমূহ অসমবাসী ৰাইজে তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd