• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘আমিষ’ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ল নিউৱৰ্কত

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 27, 2019 12:38 pm

1 min read

কথানদীৰ পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘আমিষ’ৰ প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ল নিউৱৰ্কত
1.7k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া ছবি পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বিতীয়খন ছবি ‘আমিষ’ৰ প্ৰিমিয়াৰ শুকুৰবাৰে অৰ্থাৎ ২৬ এপ্ৰিলত নিউৱৰ্কৰ ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। এই ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱ ২৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে। এই চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় কাহিনীমূলক ছবি শিতানত ‘আমিষ’ৰ লগতে ১০৩খন ছবি প্ৰদৰ্শিত হয়।

পৰিচালক ভাস্কৰ হাজৰিকাৰ চলচ্চিত্ৰ ‘আমিষ’ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰখ্যাত সত্ৰীয়া নৃত্যশিল্পী লিমা দাস আৰু অৰ্ঘদীপ বৰুৱাই। চলচ্চিত্ৰখনৰ প্ৰযোজন কৰিছে ছিগনাম প্ৰডাকশ্যনৰ পুনম ডেউলে।

উল্লেখযোগ্য যে পৰিচালক ভাস্কৰ হাজৰিকাই নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্ৰ হ’ল কথানদী। এই চলচ্চিত্ৰখন ২০১৫ চনত নিৰ্মাণ কৰিছিল আৰু চলচ্চিত্ৰখনে জনপ্ৰিয়তাও লাভ কৰিছিল। বৰ্তমান তেওঁৰ দ্বিতীয়খন ছবি ‘আমিষ’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ নিউৱৰ্কত প্ৰদৰ্শিত হোৱাৰ খবৰে এতিয়া ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd