DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 20, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মুম্বাইত কোভিড-১৯ত আক্ৰান্ত অসমীয়া নাৰ্ছৰ ফেচবুক লাইভ : অসম চৰকাৰৰ সহায়ৰ ভিক্ষা

‘নিজেও ভাগৰি গৈছো, কিমান ক’ম আৰু, কালিৰে পৰা কৈ কৈ ভাগৰি পৰিছো’ লাইভত ক’লে আক্ৰান্ত নাৰ্ছগৰাকীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2020 5:51 pm
2k
VIEWS
Share on FacebookShare on Twitter

মুম্বাইত কৰ্মৰত এগৰাকী অসমীয়া নাৰ্ছৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID19।

আক্ৰান্ত নাৰ্ছ গৰাকীৰ নাম ডেইজী শইকীয়া।

মুম্বাইৰ পি জি হিন্দুজা হস্পিতালত কৰ্মৰত আছিল নাৰ্ছগৰাকী।

কিন্তু তেওঁক অতি লেতেৰা পৰিবেশত কোৱাৰেন্টাইন কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে।

ফেইচবুক লাইভৰ জৰিয়তে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে নাৰ্ছ গৰাকীয়ে।

‘আমাৰ কোভিড১৯ পজিটিভ ওলোৱাৰ পাছত হিন্দুজা হাস্পতালে কোনো দায়িত্ব লোৱা নাই। একেলগে ২০০০ বিচনাযুক্ত কোৱাৰেন্টাইন চেন্টাৰত ৰখা হৈছে। কোভিড ৰোগীৰ লগতে ৰখা হৈছে। না আমাৰ চিকিৎসা কৰা হৈছে না আমাৰ কিবা সুবিধা দিয়া হৈছে। গা মোৰ বহুত বেয়া বুলি মই হস্পিতাল কতৃপক্ষক ফোন কৰি জনাইছো যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই। কালিৰে পৰা একো খোৱা নাই। আমাক কোনোধৰণৰ দৰবৰো যোগান ধৰা হোৱা নাই। মোৰ সৈতে প্ৰায় ৫০ গৰাকী নাৰ্ছৰ ষ্টাফ পজিটিভ ওলাইছে। আমাক চৰকাৰেও কোনোধৰণৰ চোৱা-চিতা কৰা নাই।’ ফেইচবুক লাইভৰ জৰিয়তে এইদৰে কয় ডেইজীয়ে।

আনকি পূৰ্বৰ ৰোগীয়ে ব্যৱহাৰ কৰা বেডশ্বীট ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে বুলিও গুৰুতৰ অভিযোগ তোলে ডেইজীয়ে।

‘এই পৰিৱেশত থাকিলে বেছিকৈ সংক্ৰমণ হোৱাৰহে সম্ভাৱনা থাকে। বাথৰুম লেতেৰা, চেনিটাইজাৰ নাই। কোনোধৰণৰ সু-ব্যৱস্থা ৰখা হোৱা নাই।‘নিজেও ভাগৰি গৈছো, কিমান ক’ম আৰু, কালিৰে পৰা কৈ কৈ ভাগৰি পৰিছো’‘ ডেইজীয়ে এইদৰে কয়।

এই অৱস্থাত নাৰ্ছগৰাকীয়ে সহায়ৰ হাত আগবঢ়াবৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই লগতে কয় ‘মহাৰাষ্ট্ৰ চৰকাৰ আৰু হাস্পতাল কতৃপক্ষৰ পৰা আমি কোনোধৰণৰ সহায় পোৱা নাই। মই আশা কৰিছো অসম চৰকাৰে ইয়াৰ পৰা বেলেগলৈ পঠিওৱাৰ ব্যৱস্থা কৰক আৰু সহায় কৰক।‘

অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে মুম্বাইত আক্ৰান্ত হৈ থকা অসমৰ নাৰ্ছগৰাকীয়ে।

নাৰ্ছগৰাকীৰ ঘৰ মহানগৰীৰ চান্দমাৰীত আৰু তেওঁ জিএনআৰচি ৱিএমচি নাৰ্চিং এআইএনইৰ পৰা উত্তীৰ্ণ হৈ মুম্বাইৰ হিন্দুজা হাস্পতালত কৰ্মৰত আছিল।

Tags: COVID-19

Recent News

taslima nasrin slams kabir suman

বিচনাতে নহয়, ভণ্ডামিতো সক্ষম সুমন! আক্ৰমণাত্মক তছলিমাৰ তীৰ্যক কটাক্ষ

Farmers protest

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

Sisodia

৩ এপ্ৰিললৈকে তিহাৰতে চিছ’দিয়া: ভাৰ্চুৱেল শুনানিৰ বাবে আবেদন দাখিলৰ পৰামৰ্শ আদালতৰ

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

জন্মৰ হাৰকলৈ চিন্তিত জাপানত নৱজাতক অবিহনে জন সংখ্যাৰ সংকটত ভূগিছে এটা সম্প্ৰদায়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd