DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি কাতি বিহু : কঙালীক বিদায় দি লখিমীক আদৰিবলৈ সাজু হ’ব অসমীয়াই

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 12:23 pm
IMG-20181017-WA0055-750x375

প্ৰতিনিধিত্বমূলক ফটো।

531
VIEWS
Share on FacebookShare on Twitter

প্ৰকৃতিৰ নিৰ্ভাৰ সেউজময়তাৰ মাজত আজি প্ৰতিজন অসমীয়াৰ মন প্ৰাণ প্ৰশান্তিৰে ভৰাই তোলা এটা দিন।

আজি কাতি বিহু। কৃষিজীৱী গ্ৰাম্য সমাজৰ অতিকে আপোন আৰু প্ৰতিজন অসমীয়াৰ হৃদয়ক পৱিত্ৰতাৰ স্পৰ্শৰে সপোনৰ বুনা বুটা সোণালী দিনৰ আশা জগাই তোলা এটি দিন।

ঘৰৰ তুলসীজোপাৰ তলত এগছি চাকি জ্বলাই পৰমেশ্বৰৰ চৰণত সমৃদ্ধি কামনা কৰিব প্ৰতিজন অসমীয়াই।

সেইদৰে, পথাৰৰ সেউজীয়া হৈ পৰা ধাননিডৰাতো প্ৰতিগৰাকী কৃষকে এগছি চাকি জ্বলাই লখিমীক সেৱা জনাব।

কৰ’নাৰ সংকটকালত বিপন্ন অনুভৱ কৰা প্ৰতিজন কৃষিজীৱী অসমীয়াই কাতি বিহুতেই যাতে কঙালীক বিদায় দিব পাৰে তাৰো হয়তো সংকল্প ল’ব।

কাতি বিহু উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমবাসীলৈ শুভেচ্ছা জনাইছে।

মুখ্য মন্ত্ৰীয়ে শুভেচ্ছা জনাই টুইটাৰত লিখিছে, ‘’সেউজী পথাৰবোৰ আমাৰ খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু আশাৰ প্ৰতীক। এই আশাবোৰ অনাগত দিনত সোণগুটি হৈ উজলি উঠক আৰু কাতি বিহুৰ বন্তিগছিয়ে পোহৰৰ বাট দেখুৱাই অসমবাসীৰ মংগল সাধন কৰক। বাপতিসাহোন কাতি বিহুটিত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই তাকেই কামনা কৰিছোঁ।‘’

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd