• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰদ্ৰোহ|| ফে’চবুক প’ষ্টেৰে জে’লত গোৱালপাৰাৰ ছাত্ৰ

ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ বা যুদ্ধৰ চেষ্টা বা যুদ্ধত উচতনিৰ ক্ষেত্ৰত প্ৰযোজ্য আই পি চি ১২১ ধাৰাত অভিযোগ প্ৰমাণ হ’লে সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাৱাস হ’ব পাৰে।

চফিকুল আহমেদ by চফিকুল আহমেদ
September 1, 2019 10:04 pm
Assam’s college student arrested on sedition charge

মফিদুল হুছেইন। ছবি সৌজন্য-- ফে’চবুক।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মফিদুল হুছেইন নামৰ গোৱালপাৰাৰ এজন কলেজীয়া ছাত্ৰ “ৰাষ্ট্ৰদ্ৰোহ”ৰ অভিযোগত দেওবাৰে জে’লত সোমাইছে।

ধূপধৰাৰ বিকালী কলেজৰ বি এ প্ৰথম ছিমেষ্টাৰৰ ছাত্ৰজনে “ফে’চবুকত পাকিস্তানী আৰ্মিৰ সমৰ্থনত ছবি আৰু ভাৰতবিৰোধী” প’ষ্ট কৰিছিল।

Apply Now

শনিবাৰে ৰাতি আৰক্ষীয়ে আটক কৰা ছাত্ৰজনক গোৱালপাৰা জিলা আদালতে জে’ললৈ প্ৰেৰণ কৰিছে।

“তেওঁক যোৱা ৰাতি উঠাই অনা হৈছিল আৰু জেৰাৰ পিছত ৰাতিপুৱা গ্ৰেপ্তাৰ কৰা হয়,” গোৱালপাৰাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই নৰ্থইষ্ট নাওক জনায়।

ছাত্ৰজনৰ প’ষ্টটো আছিল যোৱা ৮ এপ্ৰিলৰ, কিন্তু চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিনাহে কোনো লোকে সেয়া আৰক্ষীৰ দৃষ্টিগোচৰ কৰে।

হুছেইনৰ ওপৰত ভাৰতীয় দণ্ড বিধিৰ দুটা কঠোৰ ধাৰাত গোচৰ (নং ১৩৩/১৯) ৰুজু কৰা হৈছে।

“ভাৰতীয় দণ্ড বিধিৰ ১২৪এ আৰু ১২১ ধাৰাৰ অধীনত আমি এটা গোচৰ ৰুজু কৰিছো,” জনায় ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলকমল সূত্ৰধৰে।

Assam’s college student arrested on sedition charge
হুছেইনৰ ফে’চবুক প’ষ্টৰ স্ক্ৰীনশ্বট।

“ৰাষ্ট্ৰদ্ৰোহ”ৰ ধাৰা ১২৪এৰ অধীনত সৰ্বোচ্চ যাৱজ্জীৱন কাৰাৱাস পৰ্য্যন্ত হ’ব পাৰে।

বিপৰীতে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ বা যুদ্ধৰ চেষ্টা বা যুদ্ধত উচতনিৰ ক্ষেত্ৰত প্ৰযোজ্য ১২১ ধাৰাত অভিযোগ প্ৰমাণ হ’লে সৰ্বাধিক মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাৱাস পৰ্য্যন্ত শাস্তি হ’ব পাৰে।

আৰক্ষীৰ মতে, হুছেইন আমবাৰী গাঁৱৰ কৃষক পৰিয়ালৰ সন্তান। তেওঁৰ পৰিয়ালৰ বাকী সদস্যসকলকো আটক কৰা হৈছিল, কিন্তু পিছত যাবলৈ দিয়া হয়।

“পৰিয়ালটো খেতিয়ক পৰিয়াল আৰু বাকী সদস্যসকলে এন্দ্ৰইদ ম’বাইল ফ’নৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় অজ্ঞ। আমি তেওঁলোকক যাবলৈ দিলো,” আৰক্ষী বিষয়া সূত্ৰধৰে জনায়।

চফিকুল আহমেদ

চফিকুল আহমেদ

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd