• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙালীৰ উচাহৰ মাজতে ৰাজ্যত ক’ৰ’ণাৰ সংহাৰ,৩৮৫ গৰাকী লোক নতুনকৈ আক্ৰান্ত,৩ জনৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 11:31 am
a corp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ৰঙালীৰ উচাহক যেন ক’ৰ’নাতংকই ভালে খিনি ম্লান কৰি পেলাইছে।

ৰাজ্যত বিগত ২৪ ঘণ্টাত ক’ৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ৩৮৫ গৰাকী লোক। এ সময়ছোৱাত কোভিডত আক্ৰান্ত হগৈ ৰাজ্যত মৃত্যুক সাৱটি লৈছে তিনি জনকৈ লোকে।

Apply Now

এতিয়ালৈকে ৰাজ্যত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটা মুঠ ৰোগীৰ সংখ্যা হৈছে ১১২২ গৰাকী।

বিগত ২৪ ঘণ্টাত মৃত্যু ঘটা ৰোগী তিনি গৰাকীৰ ভিতৰত এগৰাকী হোজাইৰ, এগৰাকী ডিব্ৰুগড়ৰ আৰু এগৰাকী কামৰূপ মেট্ৰ’ জিলাৰ।

শেহতীয়াকৈ ৰোগ নিৰ্ণয় হোৱা ৩৮৫ গৰাকী ৰোগীৰ মাজৰে ২০১ গৰাকীয়েই কামৰূপ মেট্ৰ’ৰ কাষৰীয়া অঞ্চলৰ লোক।ইপিনে কামৰূপ গ্ৰাম্য জিলাত নতুনকৈ ৩৩ গৰাকী লোকৰ দেহত ক’ৰ’না ধৰা পৰিছে।

আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ৩৩ গৰাকী, কাচাৰ জিলাত ২২ লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।২৪ ঘণ্টাত ৰাজ্যত সম্পন্ন কৰা হৈছে ৩০,০৬৫ টা ক’ৰ’নাৰ পৰীক্ষা।

ৰাজ্যত ক’ৰ’নাৰ পজিটিভিটিৰ হাৰ হৈছে ১.২৮ শতাংশ।

আনহাতে, সোমবাৰে ৫৮৩ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

অৱশ্যে সোমবাৰৰ দিনটোত কৰ’নাত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু ঘটা নাছিল।

সোমবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১৯৩ গৰাকী লোক।

সেইদৰে, সৰ্বাধিক আক্ৰান্ত আন জিলাসমূহৰ ভিতৰত কামৰূপ গ্ৰাম্য জিলাত ৪৮ গৰাকী, ডিব্ৰুগড় জিলাত ৪৩ গৰাকী আৰু নগাঁও জিলাত ২৯ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

সেইদৰে, ৰাজ্যখনত দেওবাৰে ৩৫২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

দেওবাৰে ৰাজ্যখনত কৰ’নাত এগৰাকী লোকৰ মৃত্যু হৈছিল। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকী লখিমপুৰৰ আছিল।

দেওবাৰৰ দিনটোত অকল কামৰূপ মহানগৰ জিলাত কৰ’নাত আক্ৰান্ত হৈছিল ১৮৬ গৰাকী লোক। সেইদৰে, আন জিলাসমূহৰ ভিতৰত ডিব্ৰুগড় জিলাত ২৩ গৰাকী, নগাঁও জিলাত ১৮ গৰাকী আৰু তিনিচুকীয়াত ১৭গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd