• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব সংবিধান সংসদ সন্থালৈ মনোনীত অসমৰ ড০ দিব্যজ্যোতি শইকীয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2020 5:12 pm
dibya-732x375

ড০ দিব্যজ্যোতি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াক ৱৰ্ল্ড কনষ্টিটিউশ্যন পাৰ্লিয়ামেণ্ট এছ’চিয়েশ্যনৰ সদস্য পদলৈ মনোনীত কৰে।

লগতে দুটা দশকজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ত মানৱতা আৰু শান্তিৰ হকে আগবঢ়াই অহা উৎকৃষ্ট সমাজ সেৱাৰ বাবে ৱৰ্ল্ড কনষ্টিটিউচন ইন্টাৰনেচনেল এৱাৰ্ড  প্ৰদান কৰে।

Apply Now

আমেৰিকাৰ চেভেন্ঠ এভিনিউ, ৰেডফোৰ্টস্থিত ৱৰ্ল্ড কনষ্টিটিউশ্যন পাৰ্লিয়ামেণ্ট এছ’চিয়েশ্যনৰ মুখ্য কাৰ্যালয়ৰ নিৰ্দেশমৰ্মে উক্ত সন্থাৰ ভাৰতীয় চেপ্টাৰে আজি মহাৰাষ্ট্ৰত এক বিশেষ অনুষ্টান আয়োজন কৰে।

আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় উপাধ্যক্ষ এম পি নৰসিংহ মূৰ্টী আৰু ৰাষ্ট্ৰীয় সচিব ড০ দত্তা বিধাৱেৰ উপস্থিত আছিল।

আনহাতে ২৯ নৱেম্বৰত মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক স্থিত মূখ্য কাৰ্যালয়ৰ সৌজন্য তথা আহ্বানমৰ্মে উক্ত আয়োগৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিব্যজ্যোতি শইকীয়াক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে বিশ্ব মানৱ অধিকাৰ সুৰক্ষা আয়োগৰ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সদস্য পদ আগবঢ়ায়।

উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ে ইতিমধ্যে ড০ দিব্যজ্যোতি শইকীয়াক মানৱতা সন্দৰ্ভত আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।

দুটা দশকজুৰি অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, ডাইনী কাণ্ড আৰু সামগ্ৰীক অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে তথা শান্তি, মানৱতা আৰু মানৱ অধিকাৰৰ হকে চলোৱা সংগ্ৰামৰ বাবে ড০ দিব্যজ্যোতি শইকীয়ালৈ এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়।

২৯ নৱেম্বৰত দিল্লীৰ ইণ্ডিয়া ইন্টাৰনেচনেল চেণ্টাৰত অনুষ্ঠিত উক্ত অনুষ্ঠানত ভাৰতবর্ষৰ উপৰি ভাৰত-শ্ৰীলংকাৰ উচ্চ  আয়ুক্ত এইচ ই অস্তিন ফেৰান্দু, মিচিছিপি পেনামা এম্বেচিৰ ডেপুটি চীফ ৰিচাৰ্ড ভেৰেনা, দক্ষিণ আফ্ৰিকাৰ উচ্চ আয়ুক্ত মাথপেল’কে আদি কৰি বিশ্বৰ শীৰ্ষ পৰ্যায়ৰ বহু কেইজন নেতা আৰু বিষয়া উপস্থিত থাকে।

উল্লেখযোগ্য যে ইতিমধ্যে ড০ দিব্যজ্যোতি শইকীয়াক লণ্ডনস্থিত গ্লোবেল পিচ কাউন্সিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় “বিশ্ব শান্তি গ্লোবেল বঁটা ২০২০,”।

ইয়াৰ উপৰি শইকীয়াই বহু কেইটা আন্তঃৰাষ্ট্ৰীয় সন্মানৰ লগতে ৬০ তকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd