• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰী নয়নমণি

শ্ৰেষ্ঠ যুৱ শিল্পীৰ বঁটা প্ৰদান অসমৰ নয়নমণিক

ময়ুখ গোস্বামী, মঙলদৈ by ময়ুখ গোস্বামী, মঙলদৈ
April 28, 2022 8:42 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ ২০২২ত জিলিকিল অসমৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। উক্ত চলচ্চিত্ৰ মহোৎসৱত নয়নমণি মুৰাক শ্ৰেষ্ঠ যুৱ শিল্পীৰ বঁটা প্ৰদান কৰা হৈছে।

নগাঁও জিলাৰ ধন্টুলা চাহ বাগিচাৰ বাসিন্দা নয়নমণি। তেওঁ আকাংক্ষা ভাগৱতীৰ চুটি ছবি “কুমু – এটা ডেউকা বিহীন চৰাইৰ গান”ত কৰা অভিনয়ৰ বাবে বঁটা লাভ কৰিছে।

Apply Now

চলচ্চিত্ৰখনৰ পৰিচালক আকাংক্ষা ভাগৱতীয়ে কানাডাৰ আয়োজকসকলৰ পৰা এই বিষয়ে বাৰ্তা পোৱাৰৈ পিছতে ‘নৰ্থ ইষ্ট নাও’ৰ জৰিয়তে ৰাজ্যবাসীক এই সুখবৰটো জনাইছে।

পৰিচালক আকাংক্ষা ভাগৱতীয়ে কয়, “মই এটা মেইল পাইছো। য’ত নিশ্চিত কৰা হৈছে যে নয়নমণিক ‘কুমু’ত কৰা মুখ্য চৰিত্ৰৰ অভিনয়ৰ বাবে যুৱ শ্ৰেণীৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বাচনি কৰা হৈছে।” এই খবৰ লাভ কৰাৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে নয়নমণি।


‘নৰ্থ ইষ্ট নাও’ৰ আগত নয়নমণিয়ে কয়—” এই খবৰটো মোৰ বাবে যথেষ্ট অবিশ্বাস্য আছিল। প্ৰথমে যেতিয়া মোক চৰিত্ৰটোৰ বাবে যোগাযোগ কৰা হৈছিল, মই অভিনয়ৰ কোনো আগতীয়া অভিজ্ঞতা নোহোৱাকৈ কেনেদৰে অভিনয় কৰিম তাকে লৈ যথেষ্ট চিন্তিত হৈছিলো। কিন্তু আজি মই সঁচাকৈয়ে সুখী যে মই সেয়া কৰিব পাৰিছো”।

‘কুমু’ চুটি ছবিখন অসমৰ সেউজীয়া চাহ বাগিচাক উপজীৱ্য কৰি নিৰ্মাণ কৰা হৈছে। ছবি খনত এগৰাকী ১২ বছৰীয়া আদিবাসী ছোৱালীৰ জীৱন সংগ্ৰামক ফুটাই তোলা হৈছে। এই চৰিত্ৰটোতে অভিনয় কৰিছে নয়নমণি মুৰাই।

পৰিচালক আকাংক্ষা ভাগৱতীূ

‘কুমু’ ছবিখনৰ জৰিয়তে অসমৰ চাহ বাগিচাত বাস কৰা আদিবাসী শিশুসকল কেনেদৰে বঞ্চিত হৈ ৰৈছে,তেওঁলোক কিদৰে শৈশৱৰ সুখ আৰু আশা, সৌন্দৰ্য আৰু পিতৃ-মাতৃৰ যত্নৰ পৰা বঞ্চিত হৈছে সেয়া দেখুওৱা হৈছে।

স্মৰ্তব্য যে কেৰালাত ফেডাৰেচন অৱ ফিল্ম চ’চাইটিজ অৱ ইণ্ডিয়া – কেৰালামৰ দ্বাৰা আয়োজিত  চিজিএনএছ চলচ্চিত্ৰ মহোৎসৱৰ ১৫ তম সংস্কৰণত ‘কুমু’ক শ্ৰেষ্ঠ চুটি ফিচাৰ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছিল৷

ছবি খনত সুৰজ দুৱৰাই কালাৰ গ্ৰেডিং, চিনেমাটোগ্ৰাফী চিদা বৰা, শব্দ সংযোজন দেৱজিত গায়ন, সম্পাদনা হীৰক জ্যোতি পাঠকে কৰাৰ লগতে সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰখ্যাত শিল্পী তৰালী শৰ্মাই।

চলচ্চিত্ৰখনৰ গীতৰ কথা আকাংক্ষাৰ মাতৃ জাহ্নৱী ভাগৱতীৰ ।

ময়ুখ গোস্বামী, মঙলদৈ

ময়ুখ গোস্বামী, মঙলদৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm
যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ : ৫ ছেপ্টেম্বৰত দিল্লীত যুৱ সমাৱেশ চিজেপিৰ

August 25, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd