• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীৰ দেহাৱসান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2019 12:37 pm

1 min read

জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীৰ দেহাৱসান
4.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ দুঃখবৰ কঢ়িয়াই আজি ৰাতিপুৱা ৮.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিত্ৰ নাট্যকাৰ বিপুল বশিষ্ঠ গোস্বামীয়ে।

গুৱাহাটীৰ হায়াট হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা গোস্বামীয়ে যোৱা ৩০ জুনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য যে অসমীয়া চলচ্চিত্ৰ বেউলাৰ বিয়া, দেউতা- ৰাজা, দুৱৰী বনৰ দলিছা, প্ৰেম নাথৰ প্ৰেম আদিৰ উপৰি ৰং চেনেলৰ জৰিয়তে প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ৰ চিত্ৰ নাট্যকাৰ ৰূপে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল গোস্বামী।

মূলতঃ অপেচাদাৰী নাট্য আন্দোলনৰ নিপুন সৈনিকজনৰ মৃত্যুত পৰিয়ালৰ লোকৰ লগতে শোকস্তব্ধ হৈ পৰিছে নলবাৰী। নলবাৰীৰ মালিকুছিৰ বাসিন্দা বিপুল বশিষ্ঠ গোস্বামীৰ মৃত্যুত নলবাৰী জিলা ছাত্ৰ সন্থা, জিলা সাহিত্য সভা, অসম নাট্য সন্মিলন, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মাত্ৰ ৫৫ বছৰ বয়সতে মৃত্যুক আকোঁৱালি লোৱা গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী কন্যা আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়। জানিব পৰা মতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আজি নলবাৰীতে সম্পন্ন কৰা হ’ব।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd