• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজনিশা পল্টন বজাৰত সুৰামত্ত অৱস্থাত শিল্পী জিতুল সোণোৱালৰ কাজিয়া : আৰক্ষীয়ে বুজাই-বৰাই থ’লেগৈ ঘৰত

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 22, 2018 1:16 pm

2 min read

Jitul Sonowal

জনপ্ৰিয় শিল্পী জিতুল সোণোৱাল। ফাইল ফটো।

143
VIEWS
Share on FacebookShare on Twitter

আজি যোৱানিশা গুৱাহাটীৰ ৰল্টন বজাৰ অঞ্চলত সুৰামত্ত অৱস্থাত স্থানীয় কিছু সংখ্যক লোকৰ সৈতে কাজিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে জনপ্ৰিয় শিল্পী জিতুল সোণোৱালৰ বিৰুদ্ধে।

পল্টন বজাৰ আৰক্ষীয়ে জনোৱামতে গুৱাহাটীৰ পল্টন বজাৰৰ ৰাজপথত নিশা প্ৰায় ১১:৩০ বজাত শিল্পীজনে অত্যধিক সুৰাপান কৰি কিছু সংখ্যক লোকৰ সৈতে তৰ্কত লিপ্ত হৈছিল। স্থানীয় বহু সংখ্যক যুৱকৰ সৈতে প্ৰায় হতাহতিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিছিল শিল্পীজনে।

সেই সময়ত ওচৰতে আৰক্ষীও আছিল বাবে ঘটনাটো বেছি বেয়াৰ ফালে যাবলৈ নাপালে। পল্টন বজাৰ আৰক্ষীয়ে সুৰামত্ত শিল্পীজনক পিছত নিশাই জি এম চি এইচ্ছলৈ লৈ যায় আৰু স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা কৰাই পুনৰ ঘৰত থৈ আহে।

আনহাতে আৰক্ষীলৈও চোঁচা লোৱা তথা আৰক্ষীৰ চোলা টানি ফলা বুলি স্থানীয় একাংশ যুৱকে অভিযোগ আনিছে যদিও সেয়া মিছা বুলি নৰ্থ-ইষ্ট নাওক জনালে পল্টন বজাৰ আৰক্ষীয়ে।

পল্টন বজাৰ আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি শিল্পীগৰাকী বৰ্তমান হতাশাত ভুগি আছে আৰু অত্যধিক সুৰাপান কৰাৰ ফলত ৰাস্তাতে য’ত-ত’ত বহি পৰিছিল। “আৰক্ষীৰ য়ুনিফৰ্ম ফালি পেলোৱা বুলি উঠা অভিযোগ সঁচা নহয়।” এইদৰে কয় পল্টন বজাৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে এসময়ৰ জনপ্ৰিয় শিল্পী আৰু অসমীয়া সংগীত জগতৰ এটা যুগৰ ইতিহাস স্ৰষ্টা শিল্পীজন বৰ্তমান বিভিন্ন কাৰণত সংগীতৰ জগতখনত সিমান সক্ৰিয় নহয়। অথচ এসময়ত তেৱেঁ অসমীয়া সংগীতলৈ এটা নতুন ধাৰা আগ বঢ়াই আনিছিল, যিটোক পিছত জুবিন গাৰ্গে অধিক মাত্ৰা দিয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd