• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“জাগিলে অসম বাচিব দেশ, নহ’লে হ’ব বাংলাদেশ”

শিল্পী দিৱসত অসমবাসীক আহ্বান জুবিন গাৰ্গৰ।

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 17, 2019 8:21 pm

1 min read

Zubeen Garg observing ‘Sankalpa Day’ to protest against the Centre’s move of passing the contentious Citizenship (Amendment) Bill, 2016 on 17-01-19. The protest is initiated by the Kalaguru Artist Federation and would be staged by the Artists Federation of the state .pix by UB PHOTOS

জুবিন গাৰ্গৰ ফাইল ফটো

2.8k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়ক আসন্ন বাজেট অধিৱেশনত ৰাজ্যসভাত গৃহীত হোৱাৰ “সম্ভাৱনা” বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে গুৱাহাটীত বৃহস্পতিবাৰে ঘোষণা কৰাৰ পিছতে উভটি ধৰিছে জুবিন গাৰ্গে।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ঘোষণা কৰিলেই নহ’ব বুলি মন্তব্য কৰি দৰকাৰ হ’লে চৰকাৰেই ভাঙি দিয়াৰ হুংকাৰ দিছে জনপ্ৰিয় গায়কগৰাকীয়ে।

“হ’ব বুলি ক’লেই নহ’ব নহয়। তেতিয়া চৰকাৰ পতন কৰি দিম আমি। নাইকিয়া কৰি পেলাম,” তেজপুৰত শিল্পী দিৱসৰ দিনাই বিধেয়কখনৰ বিৰোধিতাৰে আয়োজিত “সংকল্প দিৱস”ত এই মন্তব্য জুবিন গাৰ্গৰ।

কংগ্ৰেছৰ শাসন বেয়া পোৱা বাবে বিজেপিক “কিছু চাপ’ৰ্ট” দিয়া বুলি মন্তব্য কৰি গাৰ্গে কয় যে আৰু বিজেপিকো তেওঁ চাপ’ৰ্ট নকৰে।

অহা ৩১ জানুৱাৰিৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত হ’ব।

অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধৰ সন্মুখীন হোৱা বিধেয়কখন শাসকীয় বিজেপিয়ে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত ইতিমধ্যে গৃ্হীত কৰিছে।

শিল্পীগৰাকীৰ আহ্বানত কলাগুৰু আৰ্টিষ্ট ফাউন্দেশ্যনৰ উদ্যোগত তেজপুৰৰ কলেজিয়েট স্কুলৰ খেলপথাৰত আয়োজিত সংকল্প দিৱসত শিল্পী সমাজৰ লগতে বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে।

যোৰহাটটো বিধেয়কখনৰ বিৰুদ্ধে শিল্পীসকলে প্ৰতিবাদ জনায়।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd