• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ পদত অসমৰ উৎপল বৰুৱা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2018 2:04 pm

1 min read

k-1-750x375

কেৰালাৰ কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ হিচাপে নিযুক্ত হৈছে অসমৰ উৎপল বৰুৱা। ফটো : স্ক্ৰল.ইনৰ সৌজন্যত

635
VIEWS
Share on FacebookShare on Twitter

কেৰালাৰ কান্নুৰ বিমানবন্দৰৰ চীফ অপাৰেশ্যন অ’ফিচাৰ (চি অ’অ’) হিচাপে নিযুক্তি দিয়া হৈছে অসমৰ উৎপল বৰুৱাক। বৰুৱাই ১৯৯৩ চনত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত এগৰাকী কমিউনিকেশ্যন ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰিছিল।

উৎপল বৰুৱাই দেশৰ গুৱাহাটী, গোৱা, নতুন দিল্লী, হায়দৰাবাদৰ উপৰিও ফিলিপাইনছৰ চেবু বিমানবন্দৰতো সেৱা আগবঢ়াইছিল।

কান্নুৰ বিমানবন্দৰটো কেৰালা চৰকাৰে প্ৰবাসী কেৰেলিয়ানৰ সহযোগত ১,৮৯২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে। এই বিমানবন্দৰটোৱে সমগ্ৰ উত্তৰ কেৰালাকে ধৰি চুবুৰীয়া কুৰ্গ আৰু মাইশোৰকে ধৰি কৰ্ণাটকৰ বিভিন্ন স্থানকো উপকৃত কৰিব। তদুপৰি, ইয়ে ৰাজ্যখনৰ পৰ্যটন উদ্যোগক এটা নতুন মাত্ৰা প্ৰদান কৰিব।

গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰাৰ পাছত বৰুৱাই তামিলনাডুৰ পৰা ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰে। শিক্ষা সমাপ্ত হোৱাৰ পাছতে বৰুৱাই ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ চাকৰিত যোগ দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd