• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যসচিবক সাক্ষাৎ কৰিলে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 7, 2018 10:54 am

1 min read

বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত

বৃহস্পতিবাৰে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই সাক্ষাৎ কৰে ৰাজ্যখনৰ মুখ্য সচিবক। ফটো : ইউ বি

118
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীস্থিত বাংলাদেশ উচ্চ আয়োগৰ হেড অৱ মিশ্যন তথা সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনভিৰ মনছুৰে বৃহস্পতিবাৰে ৰাজ্যখনৰ নৱনিযুক্ত মুখ্যসচিব আলোক কুমাৰক সাক্ষাৎ কৰে।

দিচপুৰ জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত দুয়োগৰাকী বিষয়াই বিভিন্ন বিষয় সন্দৰ্ভত ফলপ্ৰসূ আলোচনাত মিলিত হৈ পাৰস্পৰিক সহযোগিতাৰ বিষয়ত সহমত প্ৰকাশ কৰে।

আলোচনা কালত দুয়োখন দেশৰ মাজত বিমান পৰিবহণ, শ্বিলং হৈ ঢাকাৰ পৰা গুৱাহাটীলৈ বাছ পৰিবহণ, কম খৰচী জল পৰিবহণ ব্যৱস্থাৰ উন্নয়ন সাধন কৰা আদি বিষয়ত তেওঁলোকে গুৰুত্ব প্ৰদান কৰে।

এই বৈঠকত পৰ্যটনৰ বিকাশৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে দুয়োখন দেশৰ ট্যুৰ অপাৰেটৰসকলে পৰিকল্পিতভাৱে কাম কৰাৰ সন্দৰ্ভত অগ্ৰাধিকাৰ দিয়া হয়।

আনহাতে, দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰি তোলাৰ বাবে অধিক সাংস্কৃতিক আদান-প্ৰদানৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বিষয়তো তেওঁলোকে মত পোষণ কৰে।

অসম চৰকাৰৰ মুখ্য সচিব হিচাপে আলোক কুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে চুবুৰীয়া দেশৰ প্ৰতিনিধিগৰাকীৰ এই সাক্ষাৎকাৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো বৰ্তমান ৰাজ্যখনত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সৈতে চুবুৰীয়া দেশখনৰ সম্পৰ্ক আছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd