• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৯২ সংখ্যক ওপজা দিনত সুধাকণ্ঠলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 12:26 pm
56cf4067-40f9-47b6-8d7c-dc26be6db17b

মহানগৰীৰ দীঘলিপুখুৰীৰ পাৰত সুধাকণ্ঠক ওপজা দিনত আছুৰ শ্ৰদ্ধাঞ্জলি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বিশ্বৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯২ সংখ্যক ওপজা দিন। সমগ্ৰ ৰাজ্যতে আজি অসমবাসীয়ে বিশ্ববিশ্ৰুত শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে।

মহানগৰীৰ দীঘলীপুখুৰীপাৰত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই নিজে উন্মোচন কৰা প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰাণ সম্পাদক লুৰীন জ্যোতি গগৈয়ে।

Apply Now

সংগীতসূৰ্যলৈ শ্ৰদ্ধাঞ্জলি জনাই আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, “ভূপেন দাই আমাক সমাজখনক আগুৱাই নিবলৈ তেখেতৰ সৃষ্টিৰ মাজেৰেই সকলো সকলো সমল দি গৈছে। আমি সেইসমূহক হৃদয়ংগম কৰি আগুৱাই যাব লাগিব। আমি তাৰ বাবে কাম কৰিব লাগিব।‘’

ভট্টাচাৰ্যই লগতে ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ আজিলৈ সম্পূৰ্ণ হৈ নুঠাক লৈ আক্ষেপ প্ৰকাশ কৰে। এই ক্ষেত্ৰত চৰকাৰৰ অৱহেলাক তেওঁ ধিক্কাৰ দিয়ে।

সমাধি ক্ষেত্ৰ আহল বহলকৈ নিৰ্মাণ কৰা, ড০ ভূপেন হাজৰিকা গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ কৰা, ড০ ভূপেন হাজৰিকাৰ সৃষ্টিসমুহ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা, ড০ ভূপেন হাজৰিকাৰ নামত এখন সাংস্কৃতিক ৰে’লৰ ব্যৱস্থা কৰাৰ লগতে আছুৱে উত্তৰ পূৰ্বাঞ্চলত থকা ৰে’লৰ টাৰ্মিনেলসমুহ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত কৰাৰ দাবী উত্থাপন কৰে।

ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক বিশ্বদৰবাৰলৈ নিয়াৰ বাবে চৰকাৰে  উচিত পদক্ষেপ লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আছুৰ সভাপতি আৰু সম্পাদক ক্ৰমে দীপাংক কুমাৰ নাথ আৰু লুৰীন জ্যোতি গগৈয়েও।

তেওঁলোকে লগতে কয় যে সুধাকণ্ঠৰ সৃষ্টিক অসমত এক উচিত মৰ্যাদাৰে সকলোৰে মাজলৈ লৈ যোৱাৰ বাবে আছুৱে সঠিক পদক্ষেপ গ্ৰহণ কৰি থাকিব।

আজি সন্ধিয়া আছুৰ উদ্যোগত দীঘলীপুখুৰীপাৰত অনুষ্ঠিত উদ্দীপনা শীৰ্ষক অনুষ্ঠানত অসমৰ প্ৰতিখন জিলাৰ মহাবিদ্যালয় পৰ্যায়ৰ শ্ৰেষ্ঠ সংগীত শিল্পীয়ে গীত পৰিবেশন কৰিব বুলি দীপাংক কুমাৰ নাথে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd