DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৫ ডিচেম্বৰৰ পৰা বগীবিল দলঙেৰে চলিব গোলাঘাট-জোনাই বাছসেৱা

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
December 19, 2018 7:21 am
Lockdown: Will you be able to return by ASTC bus?

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.4k
VIEWS
Share on FacebookShare on Twitter

বিগত বৰ্ষত ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ শুভাৰম্ভই যেনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজক শদিয়াহৈ চুবুৰীয়া অৰুণাচলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ চোৱাৰ সুযোগ দিলে ঠিক তেনেদৰে এইবাৰ বগীবিল দলঙেৰে ধেমাজি সংযোগ হোৱাত সকলো উৎকণ্ঠিত হৈ পৰিছে। ইয়াৰ অনুৰূপ ছবি গোলাঘটীয়া ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছে।

এইক্ষেত্ৰত জনসাধাৰণক সুবিধা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছসেৱা। অহা ২৫ ডিচেম্বৰত বিভিন্ন চহৰৰ লগতে গোলাঘাট নগৰৰ পৰা শুভাৰম্ভ হ’ব গোলাঘাট-জোনাই বাছসেৱা। উক্ত দিনা ৰাতিপুৱা ৭বজাত দেৰগাঁও, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ মাজেৰে বগীবিল দলংহৈ প্ৰথমবাৰৰ বাবে জোনাইলৈ চলিব বাছসেৱা।

একেদৰে উক্ত দিনাৰ পৰা জোনাই-গোলাঘাট সংযোগী বাছসেৱাৰো শুভাৰম্ভণি হ’ব। অৰ্থাৎ প্ৰায় ৩৫০ কিলোমিটাৰৰ এই সুদীৰ্ঘ যাত্ৰাপথত চলাচলৰ বাবে ৰাজ্যিক পৰিবহন নিগমে জিলাখনলৈ দুখন বাছ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

মনকৰিবলগীয়া যে দলং মুকলিৰ বাবে মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন দল-সংগঠনে বগীবিল দলঙৰ নামকৰণকলৈ বিভিন্ন দাবী উত্থাপন কৰি আছে যদিও সাধাৰণ মানুহৰ বাবে অতদিনে দুৰ্গম ঠাই হিচাবে পৰিচিত ধেমাজিলৈ যোৱাৰ যি সুবৰ্ণ সুযোগ লাভ কৰিছে তাকেলৈ উৎফুল্লিত হৈ পৰিছে।

Recent News

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd