• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাও দুৰ্ঘটনাৰ পিছতে ব্ৰহ্মপুত্ৰত বন্ধ ভটভটী; আৰম্ভ এ এছ টি চিৰ বাছ সেৱা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 6, 2018 1:00 pm

1 min read

Guwahati boat accident: Five persons gone missing in Brahmaputra

প্ৰতীকী ছবি।

78
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰে পৰা উত্তৰ গুৱাহাটীত আগে কাহানিও নেদেখা এক দৃশ্য দেখিবলৈ পোৱা যায়। উত্তৰ গুৱাহাটীৰ ৰাজপথত আজি অসম পৰিবহণ নিগমৰ বাছৰ লানি নিছিগা ভিৰ।

উল্লেখযোগ্য যে কালি ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ পিছতে তৎপৰ হৈ পৰা প্ৰশাসনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ভটভটী চলাচলত নিষেধাজ্ঞা জাৰি কৰাত আজি এইদৰে উত্তৰ গুৱাহাটীত এ এছ টি চি বাছে ভিৰ কৰে।

কালিৰ দুৰ্ঘটনাৰ পিছতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিয়ে এক বিজ্ঞপ্তি যোগে উক্ত নিষেধাজ্ঞা জাৰি কৰে। যাৰ ফলত বাৰিষা কালছোৱাত ভটভটীৰ চলাচল বন্ধ থাকিব।

আনহাতে অহা মাহৰ পৰা ব্ৰহ্মপুত্ৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰীৰ সুবিধাৰ বাবে ৩খন নতুন ফেৰীৰ চলাচল আৰম্ভ কৰা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে বিজ্ঞপ্তিটোত সদৰী কৰে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd