• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিৰামিডৰ দুগুণাকৃতিৰ বৃহৎ উল্কাপিণ্ডই আজি খুন্দিয়াই যাব পৃথিৱীক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 11:21 am
WhatsApp Image 2020-09-06 at 11.15.15 AM
592
VIEWS
Share on FacebookShare on Twitter

পুনৰ পৃথিৱীৰ পিনে গতি কৰি আহিছে এটি বৃহৎ আকৃতিৰ উল্কাপিণ্ড। কিন্তু এই উল্কাপিণ্ডৰ আকাৰক লৈ চমকিত হৈ উঠিছে বিশ্বৰ বিজ্ঞানী মহল।

নাছাৰ মহাকাশ বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে এই উল্কাপিণ্ড মিছৰৰ গিজাৰ গ্ৰেট পিৰামিডৰ আকৃতিৰ দুগুণ হ’ব।

নাছাই জানিবলৈ দিয়া মতে দেওবাৰে বিয়লি প্ৰায় চাৰি বজাত পৃথিৱীৰ গাত খুন্দিয়াই যাব এই বৃহৎ আকাৰৰ উল্কাপিণ্ডই।

একাংশ বিজ্ঞানীয়ে আশংকা কৰা মতে এই বৃহৎ আকৃতিৰ উল্কাপিণ্ডৰ গতিপথৰ সামান্যতম তাৰতম্য ঘটিলেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে।

আজিৰ পৰা দহ বছৰ পূৰ্বে এই উল্কাপিণ্ড প্ৰথম নাছাৰ দৃষ্টিলৈ আহিছিল।

ইয়াৰ নাম ৪৬৫৮২১(২০১০ এফ আৰ)। ইয়াৰ উচ্চতা প্ৰায় ৮৮৬ফুটৰ ওচৰত।

আনহাতে, যিবোৰ উল্কাপিণ্ড বা ধুমকেতু পৃথিৱীৰ কক্ষপথৰ কাষেৰে পাৰ হৈ যায় সেইবোৰক মহাকাশ বিজ্ঞানীসকলে ‘নিয়াৰ আৰ্থ অৱজেক্ট’ হিচাপে চিহ্নিত কৰিছে। আজি আহিবলগীয়া উল্কাপিণ্ডটোও সেই একে শ্ৰেণীৰে বুলি কোৱা হৈছে।

বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে বৰ্তমান এই উল্কাপিণ্ড সূৰ্যৰ পৰা ১৯.৪৫কিলোমিটাৰ দূৰত্বত আছে।

ইপিনে, চেন্টাৰ ফৰ ‘নিয়াৰ আৰ্থ অৱজেক্ট’ ষ্টাডিজৰ বিজ্ঞানীসকলে এই উল্কাপিণ্ডই পৃথিৱীৰ গাত খুন্দিয়াই গ’লেও পৃথিৱীৰ সৈতে সংঘৰ্ষৰ কোনো সম্ভাৱনা নাই বুলি ব্যক্ত কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd