• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাকাশত মূলাৰ খেতি! আন্তৰ্জাতিক স্পেচ ষ্টেশ্যনৰ বিজ্ঞানীৰ চমৎকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2020 1:16 pm
nasa-space-radishes-exlarge-169

ফটো সৌজন্য: নাছা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম্ভৱ! কিন্তু সম্ভৱ কৰি তুলিলে মহাকাশ বিজ্ঞানীয়ে। আন্তৰ্জাতিক স্পেচ ষ্টেশ্যনে (ISS) এই অসম্ভৱক সম্ভৱ কৰি সকলোকে আচৰিত কৰি তুলিছে।

নাছা আৰু ফ্ল’ৰিডা চৰকাৰৰ যৌথ উদ্যোগত চলা এই স্পেচ ষ্টেশ্যনৰ মহাকাশ বিজ্ঞানী কেট ৰবিন্স আৰু তেওঁৰ দলটোৱে এই চমৎকাৰ কৰি দেখুৱাইছে।

Apply Now

দলটোৱে মহাকাশত মূলাৰ খেতি কৰিছে আৰু তাৰ ভিডিঅ’ টুইটাৰত প’ষ্টো কৰিছে। ভিডিঅ’টোত মহাকাশত কৰা মূলা খেতি কৰাৰ প্ৰতিটো স্তৰকেই দেখুওৱা হৈছে। কোৱা হৈছে যে ইয়াত যিমান সোনকালে মূলাৰ গছবোৰ হোৱা দেখা গৈছে দৰাচলতে সিমান সোনকালে সেয়া হোৱা নাই।

মহাকাশচাৰীসকলে ২০ডাল মূলা গছ লগোৱাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। সেইবাৰে পৃথকে কাঁচৰ পাত্ৰত ৰাখিবলগীয়া হৈছে।

তাত মাইক্ৰ’গ্ৰেভিভিটক প্ৰত্যাহ্বান জনাই কৃত্ৰি পৰিৱেশৰ সৃষ্টি কৰিবলগীয়া হৈছে। পৃথিৱীৰ পৰা লৈ যোৱা এক বিশেষ ধৰণৰ শিলাময় মাটিত মূলাৰ বীজ ৰোপন কৰা হৈছে। ব্যৱহাৰ কৰা হৈছে ৰঙা-নীলা কৃত্ৰিম পোহৰ। ইয়াৰ বাবে ভাল ফল ধৰিছে।

আনহাতে, খেতিৰ কাম নিৰীক্ষণ কৰাৰ বাবে ১৮০টা ছেন্সৰ তথা অত্যাধুনিক কেমেৰা লগোৱা হৈছিল। প্ৰায় ২০ডাল মূলাৰ গছ এইদৰে মহাকাশত লগোৱা হৈছে। সেইবোৰ এতিয়া বিশেষভাৱে পৃথিৱীলৈ আনি তাৰ গুণাগুণ তথা পৌষ্টিকতা আদি পৰীক্ষা কৰি চোৱা হ’ব।

Radishes grow fast, but maybe not this fast! Check out one month of @Space_Station radish growth in 10 seconds.⏱️
Radishes are used for the Plant Habitat-02 study because they're nutritious, grow quickly and are genetically similar to Arabidopsis, a plant often studied in space. pic.twitter.com/f3c8urlCei

— ISS Research (@ISS_Research) December 1, 2020

এইখিনিতে প্ৰশ্ন হয়, মহাকাশত খেতি কৰিবলৈ মূলীকেই কিয় বাচি লোৱা হ’ল? ইয়াৰ কাৰণ মূলাৰ পুষ্টিগুণ তথা ইয়াৰ বিকাশৰ ক্ষিপ্ৰতা। মাহকে মাহ ধৰি মহাকাশত কটাবলগীয়া মহাকাশচাৰীসকলে লগত লৈ যোৱা পেকেটজাত খাদ্য সামগ্ৰীৰে চলিবলগীয়া হয়।

কিন্তু ইয়াত সমস্যা আহে। পেকেটৰ খাদ্যই শৰীৰৰ ক্ষতি কৰাৰ লগতে সেয়া এক নিৰ্দিষ্ট সময়ত শেষ হৈ যায়। সেয়ে, পুনৰ খাদ্য পঠিয়াবলগীয়া হয়।

বিজ্ঞানীসকলে এই নতুন সফলতাত উৎসাহিত হৈ পৰিছে। এতিয়া মহাকাশত হয়তো সতেজ খাদ্যৰ সোৱাদ লোৱাৰ সময়ো কাষ চাপি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd