• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ ৰক্তাক্ত সীমান্ত! টিটিপিৰ ভয়ংকৰ আক্ৰমণত নিহত ১৫ জন পাকিস্তানী সেনা জোৱান

এনই নাও নিউজ, গুৱাহাটী by এনই নাও নিউজ, গুৱাহাটী
May 15, 2026 12:32 pm
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ বাজাউৰ জিলাত ভয়ংকৰ আত্মঘাতী আক্ৰমণত কমেও ১৫জন  পাকিস্তানী নিৰাপত্তাৰক্ষী জোৱান নিহত হয়। লয় মামাণ্ড অঞ্চলৰ দমাংগী স্কাউট শিবিৰক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত বিস্ফোৰক ভৰ্তি বাহন ব্যৱহাৰ কৰা হয়। এই আক্ৰমণৰ পিছতে শিবিৰত অস্ত্ৰধাৰী উগ্ৰপন্থী প্ৰবেশ কৰি প্ৰচণ্ড গুলীচালনা আৰম্ভ কৰে।

স্থানীয় সূত্ৰই জনোৱা মতে, তাত এতিয়াও তীব্ৰ সংঘৰ্ষ চলি আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, হঠাৎ নিশাৰ আন্ধাৰত এটা ডাঙৰ বিস্ফোৰণৰ শব্দত সমগ্ৰ অঞ্চলটো জোকাৰি গৈছিল। এখন বিস্ফোৰক ভৰ্তি বাহন আহি শিবিৰৰ মূল গেটৰ ওচৰত খুন্দা মাৰে। মুহূৰ্তৰ ভিতৰতে আকাশৰ ওপৰলৈ উঠে জুইৰ লেলিহান শিখা। চৌদিশে কেবল ধোঁৱা আৰু ধূলিৰে আবৃত হৈ পৰিছিল। তাৰপিছতে আৰম্ভ হয় গুৱীয়াগুলি।

Apply Now

উগ্ৰপন্থীয়ে শিবিৰত প্ৰৱেশ কৰি নিৰাপত্তাৰক্ষীৰ সৈতে মুখামুখিকৈ ​​সংঘৰ্ষত লিপ্ত হয়। পাকিস্তানী সেনা আৰু ফ্ৰন্টিয়াৰ কৰ্পছৰ সূত্ৰই এতিয়াও আনুষ্ঠানিকভাৱে সবিশেষ প্ৰকাশ কৰা নাই। অৱশ্যে স্থানীয় সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি অনুসৰি আক্ৰমণকাৰীসকল তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে জড়িত।

টিটিপিৰ বাজাউৰ গোটৰ কমাণ্ডাৰ মালাং বাচাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ আফগানিস্তানৰ কুনাৰ প্ৰদেশত পাকিস্তানী সেনাবাহিনীৰ অভিযানৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। আক্ৰমণৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু বাটতে তেওঁলোককো আক্ৰমণ কৰা হৈছিল। ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হয়।

সেনাৰ হেলিকপ্টাৰে টহল দি আছে অঞ্চলটোত। স্থানীয় প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি অঞ্চলটো ঘেৰাও কৰিছে। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। চিকিৎসকে কয় যে বহুতৰে অৱস্থা সংকটজনক। উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে বাজাউৰ জিলা বহুদিনৰ পৰাই পৰিচিত।

আফগান সীমান্তৰ ওচৰত থকাৰ বাবে টিটিপি আৰু অন্যান্য উগ্ৰপন্থী সংগঠনে এই অঞ্চলত সঘনাই যাতায়ত আছে। যোৱা কেইবছৰমানৰ পৰা এনেধৰণৰ আক্ৰমণ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে কয় যে আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা সীমান্তৰ নিৰাপত্তা অধিক দুৰ্বল হৈ পৰিছে। পাকিস্তানে আফগান তালিবানক উগ্ৰপন্থীক আশ্ৰয় নিদিবলৈ বাৰে বাৰে আহ্বান জনাই আহিছে। এই আক্ৰমণে দুয়োখন দেশৰ মাজত কূটনৈতিক উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।

এনই নাও নিউজ, গুৱাহাটী

এনই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am
হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd