• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হামাছৰ আক্ৰমণত ইজৰাইলত ২৫০ জন নিহত, ১৫০০ আহত; প্ৰত্যাক্ৰমণত নিহত ২৩২ পেলেষ্টাইনী

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 7:41 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ নিয়ন্ত্ৰিত ভূখণ্ডত হামাছৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫০ জনলৈ বৃদ্ধি পাইছে। কমেও ১৫০০ লোক আহত হৈছে। ইজৰাইল কৰ্তৃপক্ষই এই তথ্য সদৰী কৰিছে।

ইজৰাইল কৰ্তৃপক্ষৰ মতে, আহতসকলৰ ভিতৰত ২৭০ জনতকৈ অধিক লোকৰ অৱস্থা সংকটজনক। সেয়ে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আনহাতে, পেলেষ্টাইন স্বাস্থ্য কৰ্তৃপক্ষই কয় যে ইজৰাইলৰ ওলোটা আক্ৰমণত গাজা ষ্ট্ৰিপত কমেও ২৩২ জন পেলেষ্টাইনী নিহত হৈছে। আহত হৈছে কমেও ১ হাজাৰ ৭৯০ জন লোক।

Apply Now

লগতে পঢ়কঃ যুদ্ধোন্মাদনাৰ তেজৰ ফাঁকু! ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধত মৃত্যু দুই শতাধিকৰ

শনিবাৰে পুৱা পেলেষ্টাইনী সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলৰ বিৰুদ্ধে ৰকেট আক্ৰমণ চলাইছিল। ইয়াৰ পিছত ইজৰাইলে নিৰ্বিচাৰে বিমান আক্ৰমণ চলায়।

হামাছৰ এনে আক্ৰমণ ইজৰাইলৰ বাবে একেবাৰে অপ্ৰত্যাশিত আছিল। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, গাজা সীমান্তৰ ২২টা অঞ্চলত ইজৰাইলৰ বাহিনীয়ে পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠনৰ সৈতে যুঁজি আছে।

ইজৰাইলৰ জনসাধাৰণক দিয়া এক বিবৃতিত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে আমি যুদ্ধত আছো। আমি এই যুদ্ধত জয়ী হম।

লগতে পঢ়কঃ বিপৰ্যস্ত ছিকিমত উদ্ধাৰ নিৰুদ্দিষ্ট ৮ জোৱানৰ মৃতদেহ: এতিয়াও সন্ধানহীন ১৪ জন

সামগ্ৰিক পৰিস্থিতিত ইজৰাইল কৰ্তৃপক্ষই ৪৮ ঘণ্টীয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দেওবাৰে সকলো বিদ্যালয় আৰু কিণ্ডাৰগাৰ্টেন বন্ধ কৰি দিছে।

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত নেতানিয়াহুৱে কয় যে আজি যি ঘটিল সেয়া ইজৰাইলত আগতে কেতিয়াও ঘটা নাছিল। কিন্তু মই নিশ্চিত কৰিব বিচাৰো যে এনেকুৱা আৰু কেতিয়াও নহয়। হামাছৰ সদস্যসকল য’তেই লুকাই নাথাকক কিয় তাতেই বিচাৰি উলিয়াই প্ৰতিহত কৰা হ’ব।

লগতে পঢ়কঃআফগানিস্তানত ভয়ংকৰ ভূমিকম্প, কমেও ১৪ জন লোকৰ মৃত্যু, ৭৮ জন আহত

আনহাতে, হামাছৰ উপ-মূৰব্বী ছালেহ আল-আৰুৰীয়ে কয় যে ইজৰাইলৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধ ঘোষণা কৰা হৈছে। এতিয়া হামাছে আটাইতকৈ বেয়া পৰিস্থিতিৰ বাবে সাজু হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd