• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃতিৰ সংহাৰ! ধুমুহা-বৰষুণৰ তাণ্ডৱ, যোগী ৰাজ্যত মৃত্যুৰ সংখ্যা ৮৯ লৈ বৃদ্ধি; মানুহ উৰাই নিয়া ভিডিঅ’ ভাইৰেল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 14, 2026 2:46 pm
276
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হয়। শেহতীয়া খবৰ অনুসৰি ৮৯ জন লোকৰ মৃত্যু হৈছে। বহু ঘৰৰ ক্ষতিসাধন হৈছে। গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ বাবে স্বাভাৱিক জীৱন আৰু যাতায়ত ব্যাহত হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ক্ষিপ্ৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে ধুমুহাৰ এটা ভিডিঅ’ (ভিডিঅ’ৰ সত্যাসত্য পৰীক্ষা কৰা হোৱা নাই)। য’ত দেখা গৈছে যে এজন ব্যক্তিক প্ৰচণ্ড বতাহে উৰুৱাই লৈ যায় আৰু কেইবাশ ফুট দূৰত পেলাই দিয়ে।

Apply Now

উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্টত প্ৰকাশ কৰিছে যে বৃহস্পতিবাৰে দুপৰীয়া ১২ বজা পৰ্যন্ত ৫৩ জন লোক গুৰুতৰভাৱে আহত হৈছে। ১১৪টা গৰু মৃত্যু হোৱাৰ লগতে ৮৭টা ঘৰৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী আদিত্যনাথে ২৪ ঘন্টাৰ ভিতৰত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ সকলো বিভাগীয় আয়ুক্ত আৰু জিলা দণ্ডাধীশক নিৰ্দেশ দিছে।

প্ৰয়াগৰাজ জিলা প্ৰশাসনে প্ৰকাশ কৰা তালিকা অনুসৰি ধুমুহা আৰু বৰষুণৰ ফলত হাণ্ডিয়া অঞ্চলত ৭ জন, ফুলপুৰত ৪ জন, সোৰাওনত ৩ জন, মেজাত ২ জন আৰু সদৰ অঞ্চলত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ভাদোহী জিলাত ধুমুহা আৰু বৰষুণৰ ফলত ১৬ জন লোকৰ মৃত্যু হয়। ফতেহপুৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ অবিনাশ ত্ৰিপাঠীয়ে জনোৱা মতে, এই জিলাত ৯ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৬ জন আহত হৈছে।

আনহাতে, প্ৰতাপগড় জিলাত প্ৰবল ধুমুহা আৰু বৰষুণৰ ফলত দেৱাল ভাঙি, চিমেণ্ট চেড ভাঙি, বজ্ৰপাতৰ দৰে পৃথক পৃথক ঘটনাত চাৰিজন লোকৰ মৃত্যু হয়। এই জিলাৰ আৰক্ষী অধীক্ষক দীপক ভূকৰে কয়, ‘লালগঞ্জ কোটিয়ালী অঞ্চলৰ ওঝা কা পূৰৱা গাঁৱত ভীম যাদৱ (২৫) নামৰ এজন যুৱকৰ চিমেণ্টৰ চেড ভাঙি তাৰ ধ্বংসাৱশেষৰ তলত পোত খোৱাৰ ফলত মৃত্যু হয়। বাঘৰাই থানা এলেকাৰ শাৰী স্বামী গাঁৱত ভূষণ পাণ্ডে (৫৬) নামৰ এজন লোকৰ দেৱাল ভাঙি মৃত্যু হয়।

pic.twitter.com/Igly97OcZR Nearly 90 killed as storm lashes India's most populous state of Uttar Pradesh and here in this video you can see how powerful the storm was. A man was literally 'flying in the air'

— Saurabh Sharma (@saurabhsherry) May 14, 2026

পাথৰ গিৰ্জঘৰ, অশোক নগৰ, কছাৰী ৰোড, মহাত্মা গান্ধী মাৰ্গকে ধৰি বিভিন্ন অঞ্চলত জনজীৱন ব্যাহত কৰে। কল্যাণী দেৱী অঞ্চলতো এডাল জৰাজীৰ্ণ গছ উভালি পৰে। ধুমুহাৰ ফলত প্ৰয়াগৰাজৰ কেইবাটাও অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। সংশ্লিষ্ট অঞ্চলৰ পৌৰসভাৰ দলে পথৰ পৰা উভালি পৰা গছ আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে। শীঘ্ৰে যাতায়ত স্বাভাৱিক কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm
২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

August 15, 2026 5:47 pm
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd