• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীবাহী গাড়ী আৰু ট্ৰাকৰ ভয়ানক সংঘৰ্ষ; ছত্তীশগড়ত ৯ জন নিহত, আহত ২৩ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 29, 2024 10:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজনিশা ছত্তীশগড়ত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। তীব্ৰ গতিৰ বাবে ৯ জন লোক নিহত হোৱাৰ লগতে আহত হয় আন ২৩জন লোক।

আৰক্ষীৰ সূত্ৰ অনুসৰি দেওবাৰে মাজনিশা বেমেতাৰা জিলাৰ কঠিয়া গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

এক পাৰিবাৰিক অনুষ্ঠানৰ পৰা উভতি আহিছিল গাড়ীখনৰ যাত্ৰীসকল। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থিয় হৈ থকা এখন মিনি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মাৰে। তাৰ পিছত গাড়ীখন উলটি পৰে।

Apply Now

দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ৯ জন লোকৰ। নিহতসকলৰ ভিতৰত আছে পাঁচগৰাকী মহিলা আৰু তিনিটা শিশু।

Chhattisgarh | Death toll in Bemetara accident rises to 9

9 people died and 23 are injured and have been shifted to the hospital for treatment: Ranveer Sharma, Collector Bemetara https://t.co/MyiVmMm68l

— ANI (@ANI) April 29, 2024

আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যায়। ৪ জনৰ  অৱস্থা সংকটজনক বুলি কোৱা হৈছে। তেওঁলোকক ৰায়পুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

August 8, 2026 8:54 am
মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

মেডিকেল ডিগ্ৰী লৈ গাঁৱত চিকিৎসা কৰাটো বাধ্যতামূলক? দেশত অভিন্ন নিয়মৰ পক্ষত উচ্চতম ন্যায়ালয়

August 8, 2026 7:50 am
ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

August 8, 2026 8:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd