• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ অগ্নিগৰ্ভ বাংলাদেশ! গুলী-সংঘৰ্ষত নিহত ৯৮ জন; মন্ত্ৰী, আৱামী লীগৰ সাংসদৰ গৃহত আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 12:31 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাস্তাজুৰি বিয়পি পৰিছে কেৱল মৃতদেহ! অগ্নিগৰ্ভ হৈ পৰিছে বাংলাদেশ। চুবুৰীয়া দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে সংঘৰ্ষ চলি আছে। দেওবাৰৰ পৰা দেশখনৰ বিভিন্ন প্ৰান্তত আৱামী লীগ, ছাত্ৰ লীগৰ কৰ্মী আক্ৰমণৰ বলি হৈছে। ইতিমধ্যে ১৪ জন আৰক্ষীকে ধৰি ৯৮ জন লোকৰ মৃত্যু হৈছে।

ছিৰাজগঞ্জৰ এনায়েতপুৰ থানাত সংঘটিত হিংসাত্মক আক্ৰমণত ১৩ জন আৰক্ষীৰ সদস্য আৰু কুমিল্লাৰ ইলিয়টগঞ্জত আন এক আক্ৰমণত হাইৱে থানাৰ এজন আৰক্ষী জোৱান প্ৰাণ হেৰুৱাইছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

লগতে পঢ়কঃ ১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

Apply Now

সময়ৰ লগে লগে বাংলাদেশত অসহযোগ আন্দোলনে অধিক বিপজ্জনক ৰূপ ধাৰণ কৰিছে। দেওবাৰৰ পৰা ঢাকা, চট্টগ্ৰাম, পাবনা, চিলেট, ফেনী, বগৰা, বৰিছাল, ছিৰাজগঞ্জ, কিশোৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত চৰকাৰ সমৰ্থক আৱামী লীগ আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সৃষ্টি হৈছে। দেশৰ কমেও ৫০খন জিলাত সংঘটিত হৈছে হিংসাত্মক ঘটনা। দেওবাৰে গোটেই দিনটো পিষ্টল, বন্দুক, লাঠি আদিৰে ৰাজপথৰ সংঘৰ্ষৰ ছবি বন্দী হৈছে। কেইবাশ লোক আহত হয়।

আন্দোলনকাৰীৰ বিৰুদ্ধে চৰকাৰী নেতা-মন্ত্ৰীৰ বাসগৃহতো আক্ৰমণ কৰি অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰাৰ ঘটনা ঘটিছে। ছাত্ৰ-ছাত্ৰীৰ অসহযোগ আন্দোলনৰ বাবে দেওবাৰে ৰাজধানী ঢাকা দেশৰ বাকী অংশৰ পৰা কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে। দীৰ্ঘ দূৰত্বৰ বাছ, ৰেল আৰু অন্যান্য ৰাজহুৱা পৰিবহণসমূহো বন্ধ কৰি দিয়া হৈছে।

শনিবাৰৰ পৰা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত আন্দোলনৰ আহ্বান জনায় ছাত্ৰ নেতাসকলে। দেওবাৰে আন্দোলনে তীব্ৰতাৰ মাত্ৰা অতিক্ৰম কৰে। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বাহিৰেও আন্দোলনকাৰীৰ সৈতে আৱামী লীগৰ সমৰ্থকসকলৰ সংঘৰ্ষ ঘটে। ঢাকাকে ধৰি ১৪খন জিলাত মুখামুখি সংঘৰ্ষ হয়। উৰাবাতৰি ৰোধ কৰিবলৈ ফেচবুক পুনৰ বন্ধ কৰা বুলি খবৰ ওলাইছে। অৱশ্যে ইণ্টাৰনেট সেৱা এতিয়াও উপলব্ধ আছে।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

দেওবাৰে নিশা ১০ বজালৈকে বাংলাদেশৰ একাংশ অঞ্চলত সংঘৰ্ষ অব্যাহত থাকে। সোমবাৰে পুৱালৈকে ৯৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন্দোলনৰ পূৰ্বৰ পৰ্যায়ত ১৫০ জন লোকৰ মৃত্যুৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে চৰকাৰে। যদিও বেচৰকাৰী সূত্ৰ অনুসৰি দুশৰো অধিক লোকৰ মৃত্যু হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd