• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 8:01 am
ফটোঃসংগ্ৰহীত।

ফটোঃসংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া টাই হ’ব বুলি কোনোও ভাবিব পৰা নাছিল। মাত্ৰ ২৩০ ৰানৰ সন্মুখতে অসহায় হৈ পৰে ৰোহিত শৰ্মাৰ টীম ইণ্ডিয়া। গম্ভীৰে হয়তো ভবা নাছিল যে দেশৰ হৈ প্ৰশিক্ষক জীৱনৰ প্ৰথমখন এদিনীয়া মেচ এই পৰিস্থিতিত উপনীত হ’ব।

স্বাভাৱিকতে দ্বিতীয়খন মেচত সেই শিক্ষা লৈ ভাৰতে প্ৰত্যাৱৰ্তন কৰিব বুলি আশা কৰা হৈছিল। কিন্তু এই মেচখনত ৰোহিত-কোহলীৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলে জেফ্ৰি ৱাণ্ডাৰছেৰ স্পিন বলিঙত কেৱল সেই বেটিং ব্যৰ্থতাৰ সাক্ষী হৈ ৰ’ল। শ্ৰীলংকাই ৩২ ৰানত জয়লাভ কৰে।

শ্ৰীলংকাৰ অধিনায়ক সৰিথ আছালংকাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আগৰ মেচখনত পিছলৈ বল মন্থৰ হৈ আহিছিল। স্পীন হৈছিল। ভাৰতৰ বেটিঙৰ সময়তো সেয়াই হৈছিল। ঠিক ৱাশ্বিংটন সুন্দৰৰ দৰেই কুলদীপ যাদৱহঁতেও আৰম্ভণিতে সুযোগ পাইছিল। মেচখনৰ প্ৰথমটো বলত মহম্মদ চিৰাজে পাথুম নিছাংকাক উভতাই পঠিয়াইছিল।

Apply Now

লগতে পঢ়কঃ মাহেকীয়াৰ সময়ত যৌন সম্পৰ্ক কৰিব পাৰিনে? জানি লওক ইয়াৰ উপকাৰ আৰু অপকাৰ সমূহ

কিন্তু তাৰ পিছতে দৃঢ় হৈ ৰয় আৱিষ্কা ফাৰ্নাণ্ডো আৰু কুশল মেণ্ডিছ। এই যুটিটোৱে ৭৪ ৰান সংগ্ৰহ কৰে। ৱাশ্বিংটনে তাৰ পৰাই একলগে আঘাত হানে। দুয়োজনে উইকেট হেৰুৱাৰ পিছত কোনোৱেই বেছি সময় ক্ৰীজত টিকি থাকিব নোৱাৰিলে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাইও দুই অভাৰ বলিং কৰে। শেষত শ্ৰীলংকাৰ ইনিংছ ২৪০ ৰানত সমাপ্ত হৈ পৰে।

আজি ভাৰতৰ বেটিং পূৰ্বৰ মেচখনৰ ৰিপ্লেৰ দৰে আছিল। যেতিয়ালৈকে ৰোহিতে বেটিং কৰি আছিল, ভাৰতে কেতিয়াও ভবা নাছিল যে তেওঁলোকে মেচখনত পৰাস্ত হ’ব পাৰে। যিয়েই বল কৰিবলৈ নাহক কিয় সকলো খেলপথাৰৰ বাহিৰত পৰিছিল। ৰোহিতে ৪৪টা বলত ৬৪ ৰান সংগ্ৰহ কৰি আউট হয়। তেওঁৰ ইনিংছত ৫টা চাৰি আৰু ৪টা ছয় আছিল।

শুভমনেও তেওঁৰ সৈতে ভাল বেটিং কৰিছিল। কিন্তু দুয়ো ঘূৰি অহাৰ লগে লগে ভাৰতীয় বেটিং খহি পৰিল। পুনৰ বিৰাট কোহলীয়ে ৰান নাপালে। শিৱম ডুবে শূন্য ৰাণতে উভতি আহে। এফালে অক্ষৰ পেটেলে অলপ চেষ্টা কৰিলেও কাৰো সংগ নাপালে। শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুলও সোনকালে আউট হৈ উভতি গ’ল। তাতেই খেলখনত পৰাস্ত হয় ভাৰত।

লগতে পঢ়কঃভগ্ন হ’ল অলিম্পিক বিজয়ৰ স্বপ্ন! চীনৰ লি কিয়ানৰ ওচৰত হাৰ মানিলে অসমৰ লাভলীনাই

জেফ্ৰি ৱাণ্ডাৰছে ৬টা উইকেটৰে ভাৰতীয় বেটিঙক তচনচ কৰি পেলালে। ফলত ভাৰতৰ ইনিংছ ২০৮ ৰানতে সমাপ্ত হয়। শুভমানে (৩৫) আৰম্ভণিতে ৰোহিতৰ সৈতে ভাল আৰম্ভণি কৰিছিল। পিছত অক্ষৰ পেটেলেও (৪৪) চেষ্টা কৰে। কিন্তু মেচখনত পুনৰ ঘুৰি আহিবলৈ সেয়া যথেষ্ট নাছিল। ফলত শ্ৰীলংকাই মেচখনত ৩২ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd