• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৌদি আৰৱত কৰ’নাৰ সন্ত্ৰাস: COVID-19ত আক্ৰান্ত ৰাজ পৰিয়ালৰ ১৫০ সদস্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 10, 2020 7:56 am

2 min read

saudi_926689620_sm

চৌদি ৰাজ পৰিয়ালৰ সদস্য।

1.6k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংক্ৰমণে এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বিশ্বৰ ধনী আৰু সম্পদশালী দেশসমূহেও কৰ’নাৰ গ্ৰাসত দিকবিদিক হেৰুৱাবলগীয়া হৈছে।

আমেৰিকা, ব্ৰিটেইনকে ধৰি য়ুৰোপৰ বহুকেইখন দেশ কৰ’নাৰ কৰাল গ্ৰাসত পৰি অস্থিৰ হৈ পৰাৰ সময়ত আন এক সম্পদশালী তথা ধনী ৰাষ্ট্ৰ চৌদি আৰৱতো কৰ’না ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কৰ’না ভাইৰাছৰ কবলত পৰিছে চৌদি আৰৱৰ ৰাজ পৰিয়ালৰ কমেও ১৫০জন সদস্য।

বিগত সপ্তাহতেই এই পৰিয়ালৰ কেইগৰাকীমান সদস্য COVID-19ত সংক্ৰমিত হয়। ৰাজ পৰিয়ালটোৰ চিকিৎসকৰ ফালৰ পৰাই এই খৱৰ সদৰী কৰা হৈছে।

আক্ৰান্তসকলৰ মাজত ৭০ বৰ্ষীয় ৰিয়াধৰ গৱৰ্ণৰ প্ৰিন্স ফইছাল বিন বান্দাৰ বিন আব্দুল আজিজ অল ছাউদ COVID-19ত আক্ৰান্ত হৈ আই চি য়ুত ভৰ্তি হৈ আছে।

ইপিনে, COVID-19ৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ চৌদিৰ বাদশ্বাহ ছলমান আৰু যুৱৰাজ মহম্মদ বিন ছলমানে নিজেই আইছ’লেশ্যনত আছে।

আনহাতে, চৌদিৰ ৰাজ পৰিয়ালৰ চিকিৎসাৰ বাবে এখন অভিজাত হাস্পাতলত ৫০০খন বিচনা সাজু কৰি ৰখা হৈছে।

চৌদি আৰৱৰ একাধিক যুৱৰাজৰ বহুতেই য়ুৰোপ, আমেৰিকাকে ধৰি বিভিন্ন দেশলৈ প্ৰায়েই ভ্ৰমণ কৰি থাকে। বিদেশত কোনো আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ পাছত ৰাজ পৰিয়াললৈ এই ভাইৰাছৰ সংক্ৰমণ বিয়পিছে বুলি অনুমান কৰা হৈছে।

তথ্য অনুসৰি, চৌদি আৰৱত কৰ’না ভাইৰাছত বৰ্তমানলৈকে ২,৯৩২জন লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত ৪১জন লোকৰ মৃত্যু হৈছে।

Tags: COVID-19

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd