• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪২ বছৰ বয়সত ছৌদি আৰৱৰ আটাইতকৈ বয়সীয়াল ব্যক্তিৰ দেহাৱসান, এৰি থৈ গৈছে ১৩৪জন সন্তান আৰু নাতি-নাতিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2026 3:47 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছৌদি আৰৱৰ আটাইতকৈ বয়সীয়াল নাগৰিক হিচাপে পৰিচিত শ্বেইখ নাছেৰ বিন ৰাদ্দান আল ৰছিদ আল ৱাদাইৰ শেহতীয়াকৈ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ১৪২ বছৰ আছিল বুলি পৰিয়ালৰ তৰফৰ পৰা দাবী কৰা হৈছে। যোৱা ১১ জানুৱাৰীত ছৌদি আৰৱৰ ধহৰানত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিছে বুলি চৰ্চা চলিছে, কিয়নো তেওঁ নিজৰ চকুৰ আগত গোটেই পৃথিৱীখন সলনি হোৱা দেখিছিল।

পৰিয়ালৰ দাবী অনুসৰি তেওঁৰ জন্ম ঊনবিংশ শতিকাত হৈছিল। সেই হিচাপে তেওঁ দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ লগতে আধুনিক ছৌদি আৰৱৰ গঠন আৰু ক্ৰমবিকাশৰ সম্পূৰ্ণ ইতিহাস প্ৰত্যক্ষ কৰিছিল। ১৯৩২ চনত ছৌদি আৰৱ এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা হোৱাৰ বহু আগতেই তেওঁৰ জন্ম হৈছিল। মৰুভূমিৰ এক সাধাৰণ অঞ্চলৰ পৰা আৰম্ভ কৰি এখন আধুনিক আৰু প্ৰতিপত্তিশালী দেশলৈ ছৌদি আৰৱৰ যি ৰূপান্তৰ, সেই সকলোবোৰ তেওঁ নিজ চকুৰে দেখিছিল। তেওঁৰ দীঘলীয়া জীৱনকালত ছৌদি আৰৱৰ বহু কেইগৰাকী শাসকৰ শাসনকাল অতিবাহিত হৈছিল।

Apply Now

এইগৰাকী শতায়ু গৰাকীৰ জীৱনৰ আটাইতকৈ আচৰিত দিশটো আছিল তেওঁৰ বিবাহ আৰু সন্তান। জানিব পৰা মতে, তেওঁ ১১০ বছৰ বয়সত শেষবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল আৰু তাৰ পিছতো তেওঁৰ এটি কন্যা সন্তান জন্ম হৈছিল। এই খবৰে সেই সময়ত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ নিজৰ পাছত ১৩৪ জন সন্তান, নাতি-নাতিনী আৰু আজু নাতি-নাতিনীৰ এটা বৃহৎ পৰিয়াল এৰি থৈ গৈছে। তেওঁৰ বিশাল পৰিয়ালটোৱেই তেওঁৰ জীৱনৰ অন্যতম ডাঙৰ সম্পদ আছিল।

ধৰ্মীয় বিশ্বাস আৰু পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা আল ৰছিদৰ জীৱনৰ মূল আধাৰ আছিল। তেওঁ নিজৰ জীৱনকালত ৪০ বাৰতকৈও অধিক সময় পবিত্ৰ হজ যাত্ৰা সম্পন্ন কৰিছিল। ইমান অধিক সংখ্যক বাৰ হজ কৰাটো এক বিৰল উদাহৰণ হিচাপে গণ্য কৰা হৈছে। বৃদ্ধ বয়সতো তেওঁ ধৰ্মীয় কাম-কাজৰ পৰা বিৰত থকা নাছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ গুণমুগ্ধৰ লগতে আত্মীয়-স্বজন উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদান কৰে। তেওঁৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd