• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা অটল বিহাৰী বাজপেয়ীৰ ড’নাৰ মন্ত্ৰালয়কে ধৰি উত্তৰ-পূবৰ বাবে আছিল বহুতো অৱদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 16, 2018 9:20 pm
Atal Vajpayee
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ এগৰাকী যুগস্ৰষ্টা তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল অগাধ ভালপোৱা। সেয়েহে তেওঁ উত্তৰ-পূবৰ প্ৰতি বহুকেইটা লেখত ল’বলগীয়া কাম কৰি থৈ গৈছে।

উল্লেখ্য যে তিনিবাৰকৈ প্ৰধান মন্ত্ৰী হোৱা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেখেতৰ কাৰ্যকালত ড’নাৰ মন্ত্ৰালয় সৃষ্টি কৰাৰ লগতে উত্তৰ-পূবৰ সামগ্ৰিক বিকাশৰ দিশটোও ত্বৰাম্বিত কৰিছিল।

Apply Now

তদুপৰি, তেওঁৰ কাৰ্য্যকালতে অসমকে ধৰি উত্তৰ-পূবৰ অন্য ৬ খন ৰাজ্যই (চিকিমক বাদ কৰি) বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। তেওঁৰ শাসনকালতে প্ৰথমবাৰৰ বাবে কেন্দ্ৰৰ পৰা ৯০ শতাংশ অনুদান লাভ কৰিছিল উত্তৰ-পূবৰ ৰাজ্যসমূহে।

আনহাতে, অসম আন্দোলনৰ প্ৰতিও প্ৰয়াত নেতাগৰাকীয়ে পূৰ্ণ সঁহাৰি জনাইছিল। তেওঁ লগতে বিদেশী নাগৰিকৰ সমস্যাটোৰ স্থায়ী সমাধানৰ পোষকতা কৰিছিল।

তাৎপৰ্য্যপূৰ্ণ কথা যে তেওঁ নুমলীগড় তেল শোধানাগাৰ, ব্ৰহ্মপুত্ৰৰ ওপৰৰ তৃতীয়খন দলং ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিছিল। ১৯৯৮ চনত সেইসময়ৰ অসমৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ শাসন কালত অটল বিহাৰী বাজপেয়ীয়ে নৰনাৰায়ণ সেঁতুৰো শুভ উদ্বোধন কৰিছিল। ইয়াৰোপৰি ২০০২ চনত বগিবীল দলঙৰ আধাৰশিলা স্থাপন কৰিছিল বাজপেয়ীয়ে।

উল্লেখ্য যে, উত্তৰ-পূবৰ বাবে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ শুভাৰম্ভ কৰিছিল বাজপেয়ীয়ে। তদুপৰি ২০০৩ চনৰ ২৯ মে’ৰ দিনা শদিয়া সমষ্টিৰ সেইসময়ৰ বিধায়ক জগদীশ ভূঞাই প্ৰধান মন্ত্ৰীলৈ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেঁতুখন বিচাৰি আবেদন কৰিছিল বুলি বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত দলংখনৰ শুভ উদ্বোধনী অনুষ্ঠানত জানিবলৈ দিছিল।

মোডীয়ে লগতে কৈছিল, ‘জগদীশ ভূঞাৰ আবেদনখন পায়েই বাজপেয়ীয়ে এখন সম্ভাৱনাপূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। যদি ২০০৪ চনত বিজেপি চৰকাৰ শাসনলৈ আহিলেহেঁতেন তেন্তে অসমবাসীয়ে ১০ বছৰ পূৰ্বেই এই দলংখন লাভ কৰিলেহেঁতেন।‘

উল্লেখ্য যে অসমবাসীৰ হিয়াৰ আমঠু সুধাকন্ঠ ড০ ভূপেন হাজৰিকা তেখেতৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলত যোগদান কৰিছিল।

উত্তৰ-পূবৰ সকলোৰে প্ৰিয়ৰ পাত্ৰ অটল বিহাৰী বাজপেয়ীয়ে নাগালেণ্ডৰ নগা লোকসকলৰো হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ ২০০৩ চনৰ ২৮ অক্টোবৰত কহিমাত এখন জনসভাত উপস্থিত হৈ নগা ভাষাত কৈছিল,  ‘আমি নগা ভাই আৰু ভইনীখন, আমি নাগালেণ্ডতে মাতিছে কাৰণে বেছি খুচি পাইচি দেই।‘ তেওঁৰ এই কথাষাৰত নগা লোকসকল বিশেষকৈ এনএছচিএম(আইএম) অত্যন্ত সুখী হৈছিল।

উক্ত সভাতে তেওঁ নগাসকলৰ সুকীয়া বুৰঞ্জীৰ চমু আভাস দাঙি ধৰি নগাসকলৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ-পূবৰ বাবে যোগাই যোৱা অভূতপূৰ্ব অৱদানৰ কথা সুঁৱৰি তেওঁৰ মৃত্যুত উত্তৰ-পূববাসী শোকত ম্ৰিয়মান হৈ পৰাৰ লগতে তেওঁলৈ সকলোৱে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd