• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩ অক্টোবৰৰ পৰা যাত্ৰীবাহী গাড়ীৰ কমেও ৪০ শতাংশ ভাৰা বৃদ্ধিৰ সিদ্ধান্ত মটৰ পৰিবহন সন্থাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2018 8:25 am

2 min read

ghy-570x320
353
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল ডিজেলৰ মৃল্য বৃদ্ধিৰ অচিলা লৈ অহা মাহৰ পৰা সকলো যাত্ৰীবাহী গাড়ীৰ ভাৰা বৃদ্ধি কৰাৰ দিশত আগবাঢ়িছে সদৌ অসম মটৰ পৰিবহণ সন্থা। কমেও ৪০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ সন্থাই সিদ্ধান্ত লৈছে।

পে’ট্ৰল-ডিজেলৰ দৰ দৈনিক বৃদ্ধি পাই থকাৰ কাৰণে অহা ৩ অক্টোবৰৰ পৰা ৪০ শতাংশ ভাৰা বৃদ্ধি কৰিবলৈ বাধ্য হ’ব বুলি পৰিবহণ সংন্থাটোৰ বিষয়ববীয়া প্ৰদীপ দাসে জানিবলৈ দিছে।

তেওঁ কয় যে পে’ট্ৰল ডিজেলৰ দৰ নিয়ন্ত্ৰণৰ ভিতৰত থাকিলে ভাৰা বৃদ্ধি কৰাৰ কোনো যুক্তি নাই। কিন্তু শেহতীয়াকৈ প্ৰতিদিনে তেলৰ দৰ বৃদ্ধি পাই আহিছে। পে’ট্ৰল-ডিজেলৰ দৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ওপৰত নিৰ্ভৰ কৰাৰ কথা কৈ চৰকাৰ নিৰৱে আছে যদিও বৰ্ধিত দৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ নিৰ্ধাৰিত নিৰিখত যাত্ৰীবাহী গাড়ী চলোৱাটো কোনো কাৰণতে সম্ভৱ নহয়। সেয়েহে বাধ্য হৈ ভাৰা বৃদ্ধিৰ এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে সদৌ অসম  মটৰ পৰিবহণ সন্থাই ২০১৭ চনৰ পৰাই ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰি আহিছে। যোৱা ৩১ আগষ্টত শেষবাৰৰ বাবে সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। সেই সময়ত মটৰ পৰিবহণ সন্থাক পাটোৱাৰীয়ে ভাৰা বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই পৰ্যন্ত চৰকাৰে কোনো সিদ্ধান্ত ঘোষণা নকৰাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজাববীয়া ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লয়।

এতিয়া দুই এদিনতে পে’ট্ৰল-ডিজেলৰ দৰ হ্ৰাস নাপালে যাত্ৰীবাহী বাহনৰ ভাৰা বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে। আনহাতে, বৰ্ধিত ভাৰা আদায়কলৈ যাত্ৰীৰ সৈতে যাত্ৰীবাহী বাহনৰ কৰ্মচাৰীৰ সংঘাত প্ৰত্যক্ষ কৰিবলগীয়া যে নহ’ব তাৰো কোনো নিশ্চয়তা নাই।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd