• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধর্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল ডুমডুমাৰ বাঘজান থানা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 13, 2019 7:29 pm
IMG-20191013-WA0015

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত দর্জিজান গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে বাঘজান আৰক্ষী থানাৰ চৌহদ।

আৰক্ষীৰ গাফিলতিৰ বাবে এগৰাকী কিশোৰীক চাৰিদিন পূৰ্বে দলবদ্ধ ধৰ্ষণ কৰা অপৰাধীক আৰক্ষীয়ে আটক নকৰি মুক্ত বিচৰণ কৰাত সুবিধা কৰি দিয়াৰ অভিযোগ তুলি আজি থানাৰ চৌহদ উত্তাল কৰি তোলে ‘আটছা’ আৰু ‘আছা’ৰ নেতৃত্বত এদল প্ৰতিবাদকাৰীয়ে।

Apply Now

প্ৰাপ্ত তথ্য মতে বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত দর্জিজান গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক যোৱা ৮ অক্টোবৰৰ দিনা পুৱা প্ৰায় ৬.৩০ মান বজাত বাঘজান চাহ বাগিচাৰ ২৮ নং চেকশ্যনত দুজন অচিনাকী যুৱকে ধর্ষণ কৰিছিল।

উল্লেখ্য যে দুৰ্গা পূজা উপলক্ষে বাঘজান চাহ বাগিচাৰ খেলপথাৰত প্রদৰ্শন হোৱা চিনেমা চাই পুৱা ৬.৩০ বজাত গৃহ অভিমূখে সমনীয়া কেইগৰাকীমানৰ সৈতে আহি থকা অৱস্থাত একে দিশৰ পৰা মটৰ চাইকেলত অহা দুজন যুৱকে কিশোৰী কেইজনীক আগুচি ধৰে।

হঠাৎ এনেদৰে বাট আগুচি ধৰাত দুৰ্ভগীয়া কিশোৰী গৰাকীৰ বাদে বাকী সমনীয়া কিশোৰী কেইজনী পলাই যাবলৈ সক্ষম হয় যদিও ভুক্তভোগি কিশোৰী গৰাকীক যুৱক দুজনে ধৰি বাগিচাৰ ভিতৰলৈ লৈ যায় আৰু ধর্ষণ কৰি পলায়ন কৰে।

এই ঘটনা সংঘটিত হোৱাৰ পাছত যোৱা ৯ অক্টোবৰত ধর্ষিতাৰ অভিভাৱকে বাঘজান থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আজি চাৰি দিন পাৰ হৈ যোৱাৰ পিছতো বাঘজান আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ক্ষুভিত হৈ পৰা সংগঠন দুটাৰ নেতৃত্বই তীব্ৰ প্ৰতিবাদেৰে শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

এই সংক্ৰান্তত সংগঠন দুটাই বাঘজান থানাক এক স্মাৰক পত্ৰ প্ৰদান কৰি হুংকাৰ দিয়ে যে আৰক্ষীয়ে যদি শীঘ্ৰে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে সংগঠন দুটাই অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখনীয় বিষয় যে ধর্ষিতা কিশোৰী গৰাকীৰ ভাষ্য মতে এজন ধর্ষণকাৰীৰ মুখমণ্ডলত অগ্নিদগ্ধৰ চিন স্পষ্ট ৰূপত দেখা পাইছিল আৰু সেই বিষয়ে আৰক্ষীক অৱগত কৰা হৈছিল। কিন্তু বাঘজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে ভুক্তভোগিয়ে অভিযুক্তৰ পৰিচয় নিদিয়াৰ বাবেই আৰক্ষীয়ে অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰকাশ কৰি নিজৰ ব্যৰ্থতা ধাকিবলৈ চেষ্টা কৰিছে বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd