• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৰালাত ইডিৰ দলৰ ওপৰত আক্ৰমণ, প্ৰাক্তন মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নৰ ঘৰত তালাচীৰ পিছতে উত্তপ্ত পৰিস্থিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 3:37 pm
84
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাত প্ৰাক্তন মুখ্যমন্ত্রী পিনাৰায়ী বিজয়ন আৰু তেওঁৰ কন্যাৰ সৈতে জড়িত বিভিন্ন স্থানত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে চলোৱা অভিযানৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে ইডিৰ বিষয়া কঢ়িয়াই নিয়া এখন বাহনৰ ওপৰত চিপিআইএমৰ কৰ্মীসকলে আক্ৰমণ চলায়। উত্তেজিত প্ৰতিবাদকাৰীসকলে ইডিৰ গাড়ীখন আগভেটি ধৰে আৰু ইয়াৰ সন্মুখৰ কাঁচ ভাঙি পেলায়। এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজধানীত তীব্ৰ প্ৰতিবাদ আৰু আৰক্ষীৰ লাঠীচালনাৰ দৰে ঘটনা সংঘটিত হয়।

ইডিৰ দলটোত মহিলা বিষয়ায়ো আছিল আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজতে তেওঁলোকৰ বাহনখনক লক্ষ্য কৰি লোৱা হয়। আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। প্ৰ প্রাক্তন মুখ্যমন্ত্রীজনৰ তিৰুৱনন্তপুৰমৰ বৰ্তমানৰ বাসস্থান, কান্নুৰত থকা পৈতৃক গৃহ আৰু তেওঁৰ জোঁৱায়েক তথা প্ৰাক্তন মন্ত্ৰী মহম্মদ ৰিয়াছৰ কোঝিকোড়ৰ বাসস্থানকে ধৰি কেৰালাৰ ১০টা স্থানত ইডিয়ে এই অভিযান চলাইছিল। এই অভিযানৰ সময়ত বিজয়ন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ঘৰৰ ভিতৰতে আছিল আৰু বাহিৰত চিপিআইএমৰ শ শ কৰ্মীয়ে ইডিৰ বিৰুদ্ধে শ্লোগান দিছিল। একাংশ প্ৰতিবাদকাৰীয়ে সুৰক্ষা কৰ্মীসকললৈ প্লাষ্টিকৰ বটল, হেলমেট আৰু শিলগুটিও নিক্ষেপ কৰে, যদিও পিছত দলৰ জ্যেষ্ঠ নেতাসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Apply Now

পিনাৰায়ী বিজয়নৰ কন্যা টি বীণাৰ মালিকানাধীন এক্সালজিক চিলিউচনছ নামৰ কোম্পানীটোক কোচিন মিনাৰেলছ এণ্ড ৰুটাইল লিমিটেড চমুকৈ চিএমআৰএল নামৰ কোম্পানীটোৱে কোনো সেৱা নোলোৱাকৈয়ে ১.৭২ কোটি টকা আদায় দিয়াৰ অভিযোগ উত্থাপন হৈছে। ২০১৮ আৰু ২০১৯ চনৰ ভিতৰত হোৱা এই লেনদেনৰ গোচৰটোক লৈয়ে ইডিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। কেৰালা উচ্চ ন্যায়ালয়ে চিএমআৰএলে ইডিৰ কাৰ্যধাৰা খাৰিজ কৰিবলৈ কৰা আবেদন অগ্ৰাহ্য কৰাৰ ঠিক পিছদিনাই এই অভিযান চলোৱা হয়।

আনহাতে চিপিআইএমৰ সাধাৰণ সম্পাদক এম এ বেবিয়ে ইডিৰ এই অভিযানক সম্পূৰ্ণ ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰিছে আৰু ইয়াক এক জঘন্য আক্ৰমণ বুলি আখ্যা দিছে। তেওঁ কয় যে এই অভিযানৰ আঁৰত থকা ৰাজনৈতিক উদ্দেশ্য তেওঁলোকে ৰাইজৰ আগত প্ৰমাণ কৰিব। ইফালে পিনাৰায়ী বিজয়নে পূৰ্বতেই তেওঁৰ কন্যাৰ বিৰুদ্ধে অনা সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে আৰু ইয়াক তেওঁৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা বুলি কৈছে। উল্লেখ্য যে অলপতে অনুষ্ঠিত হোৱা কেৰালা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ হাতত পৰাজিত হৈ বিজয়ন শাসনৰ পৰা আঁতৰি যাবলগীয়া হৈছিল আৰু বৰ্তমান তেওঁ কেৰালা বিধানসভাৰ বিৰোধী দলপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd