• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিশা জুবিনক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ : দিছপুৰ থানাত এজাহাৰ দাখিল শিল্পীগৰাকীৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2020 9:35 am
Zubeen_1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিশা জুবিনক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰ।

নিশা ষ্টুডিঅ’ত গান ৰেকৰ্ডিং কৰি কাহিলিপাৰা বাসগৃহলৈ উভতি অহাৰ পথতে গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত জুবিনক আক্ৰমণৰ চেষ্টা চলাই ৬ দুৰ্বৃত্তই।

Apply Now

ঘটনা বিবৰণী অনুসৰি গণেশ মন্দিৰৰ সমীপত ৰাজপথত কাম কৰি থকা শ্ৰমিকক অশালীন গালি-গালাজ কৰি আছিল সুৰামত্ত ৬ জন যুৱকে৷

সেই সময়তে সেই ঠাইৰে পাৰ হৈ গৈছিল জুবিন গাৰ্গ৷

জুবিনে গাড়ী ৰখাই যুৱককেইজনক বাধা দিবলৈ চেষ্টা কৰোঁতে যুৱকেইজনে জুবিনক আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে।

আনকি জুবিনক বহু অশ্ৰাব্য ভাষা প্ৰয়োগ কৰি গালি-গালাজ কৰে যুৱককেইজনে।

সুৰামত্ত যুৱককেইজনৰ হাতত বিয়েৰৰ বটল আছিল বুলি জানিব পৰা গৈছে।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ থানাত নিশাই এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গে।

নিশা প্ৰায় ১২:৪০ বজাত এই ঘটনা সংঘটিত হোৱা বুলি এজাহাৰত উল্লেখ কৰিছে জুবিনে।

এজাহাৰত জুবিনে উল্লেখ কৰা অনুসৰি দুৰ্বৃত্তৰ দলটো AS-01BY-0675 নম্বৰৰ গাড়ীত আহিছিল৷

জুবিনক আক্ৰমণৰ চেষ্টা কৰা যুৱক অহা গাড়ীখনৰ সৈতে গাড়ীখনৰ গৰাকী হীৰক ৰাজবংশী। AS 01BY 0675 নম্বৰৰ গাড়ীখনত দুৰ্বৃত্ত অহা বুলি এজাহাৰত উল্লেখ কৰিছিল জুবিনে।

বৰ্তমান দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে JB আইন মহাবিদ্যালয়ত অধ্যয়নৰত ৰাজবংশী কামৰূপ মেট্ৰো NSUI ৰ উপ সভাপতি।

বাহনখনৰ সৈতে হীৰকজ্যোতি ৰাজবংশী

ইপালে জানিব পৰা মতে হীৰকজ্যোতি ৰাজবংশী বৰ্তমান পলাতক। তেওঁ ফেচবুক একাউণ্ট ইতিমধ্যে নিজে ডি এক্টিভেট কৰিছে।

আৰক্ষীয়ে হীৰকৰ পূৱ শৰণীয়া গৃহৰ পৰা জ্যেষ্ঠ ভাতৃ অমৰজ্যোতি ৰাজবংশীক সোধা পোছাৰ বাবে আটক কৰিছে। তেওঁ সংবাদ মাধ্যমত কৰা ভাষ্য অনুসৰি তেওঁ এই ঘটনাৰ সৈতে জড়িত নহয়, ভায়েক হে জড়িত।

এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে জুবিন ফেন ক্লাবে। ফেন ক্লাবে আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদানৰো দাবী জনাইছে।

উল্লেখযোগ্য যে, কৃষি বিপ্লৱৰ সৈতে জড়িত হৈ ‘পথাৰো আমাৰ বজাৰো আমাৰ’ নামেৰে জাগৰণ সৃষ্টি কৰাৰ সময়তে বহুতৰে সমালোচনাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গ।

‘কা’ বিৰোধী আন্দোলনত চৰকাৰক বিভিন্ন বাক্যবাণেৰে ঠকা-সৰকা কৰা জুবিনে অসম চৰকাৰৰ কৃষি বিভাগৰ ‘ব্ৰেণ্ড এম্বেছাডৰ’ ঘোষণা কৰালৈ ছ’চিয়েল মিডিয়াত বহু সমালোচনাৰ সন্মুখীন হৈছে৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd