• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰ ধৰ্ম সংসদ আয়োজকৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ প্ৰক্ৰিয়াৰ অনুমতি এটৰ্নি জেনেৰেলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2022 2:28 pm
Haridwar hate speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰিদ্বাৰৰ ধৰ্ম সংসদ অনুষ্ঠানৰ আয়োজক য়াতি নৰসিংহনন্দৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ বিষয়ে বিৰূপ মন্তব্যৰ বাবে অপৰাধমূলক অৱমাননাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি দিছে ভাৰতৰ এটৰ্নি জেনেৰেলে।

এটৰ্নি জেনেৰেল কে কে বেণুগোপালে কয় যে তেওঁ য়াতি নৰসিংহনন্দৰ বিৰুদ্ধে উপস্থাপন কৰা বিষয়বোৰ পৰ্যালোচনা কৰিছে। য়াতি নৰসিংহনন্দৰ “উচ্চতম ন্যায়ালয় আৰু সেনাবাহিনীক যি বিশ্বাস কৰিব সকলোৱে কুকুৰৰ দৰে মৃত্যু বৰণ কৰিব” শীৰ্ষক মন্তব্য উচ্চতম ন্যায়ালয়ৰ কৰ্তৃত্ব হ্ৰাস কৰাৰ পোনপটীয়া প্ৰয়াস বুলি বিবেচনা কৰে এটৰ্নি জেনেৰেলে।

Apply Now

এইয়া নিশ্চিতভাৱে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱমাননা বুলি গণ্য কৰি এটৰ্নি জেনেৰেল বেণুগোপালে আইনজীৱী-কৰ্মী চাচী নেলীয়ে অৱমাননাৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অনুমতি বিচৰা অনুৰোধৰ প্ৰতি সঁহাৰি জনায়।

উল্লেখ্য যে যোৱা মাহত উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত বিতৰ্কিত ধৰ্ম সংসদৰ মূল আয়োজক আছিল য়াতি নৰসিংহনন্দ। এই অনুষ্ঠানত মুকলিকৈ মুছলমানসকলৰ গণহত্যাৰ আহ্বান জনাইছিল বহুকেইজন হিন্দুত্ববাদী নেতাই।

বক্তাসকলৰ এনে ঘৃণনীয় আৰু নিকৃষ্ট মন্তব্যৰ পাছতো য়াতি নৰসিংহনন্দই তেওঁলোকে একো ভুল কৰা নাছিল বুলি মন্তব্য কৰিছিল।

এই অনুষ্ঠানৰ বিৰুদ্ধে প্ৰবল প্ৰতিক্ৰিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল প্ৰশাসনে। অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত এমাহ পাছত অভিযুক্ত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছত যোৱা সপ্তাহত যতী নৰসিংহানন্দক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত আন এটা পৃথক গোচৰৰ সন্দৰ্ভতহে তেওঁক আটক কৰা হৈছিল বুলি পোহৰলৈ আহিছিল।

অৱশ্যে দুদিন পিছত তেওঁক হৰিদ্বাৰ ঘৃণামূলক ভাষণ গোচৰতো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd