• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণতন্ত্ৰ ক’ত? মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই থানাত ৰুজু হ’ল গোচৰ

ভয়-ভাবুকি আৰু প্ৰতিহিংসাৰ ৰাজনীতি বন্ধ কৰকঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 8:19 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাটৰ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ প্ৰতিশোধৰ ৰাজনীতি কৰি প্ৰতিবাদকাৰীৰ ওপৰত গোচৰ ৰুজু কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু শীঘ্ৰে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছে।

বোকাখাট সমষ্টিৰ দুসুঁ‌তিমুখ পঞ্চায়তৰ অন্তৰ্গত দুসুঁ‌তিমুখ-দেবীথান সংযোগী পথৰ আধাৰশিলা ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীতে কৃষিমন্ত্ৰী অতুল বৰাই স্থাপন কৰিছিল। কিন্তু দীৰ্ঘদিনে সেই পথ নিৰ্মান নকৰি যোৱা ৭ জুন তাৰিখে সেই পথটোৰ কাষৰে আন এটা নতুন পথৰ আধাৰশিলা স্থাপন কৰিবলৈ যায় কৃষি মন্ত্ৰী অতুল বৰা। গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিনে নিৰ্মান নকৰাৰ বাবে কৃষিমন্ত্ৰী অতুল বৰাই স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়।

Apply Now

ইয়াতে ক্ষুব্ধ হৈ পৰে কৃষিমন্ত্ৰী আৰু তেওঁ ঘনিষ্ঠসকল। সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি তেনে এগৰাকী ঘনিষ্ঠ বুলি পৰিচিত সূচেন মৰাণ নামৰ ব্যক্তিজনে প্ৰতিবাদীকাৰীক ভয়-ভাবুকি দিয়া আৰম্ভ কৰিছে। অকল ইমানেই নহয় প্ৰতিশোধপৰায়ণ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ৮ জন ব্যক্তিৰ বিৰুদ্ধে গড়কাপ্তানি বিভাগৰ হতুৱাই গোচৰ দিয়াইছে বুলি খবৰ প্ৰকাশ হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)য়ে মন্ত্ৰী অতুল বৰা আৰু তেওঁৰ দলী সতীৰ্থই কৰা এই ভয়-ভাবুকিৰ ৰাজনীতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী কৰিছে।

এটা ন্যায্য দাবীক লৈ প্ৰতিবাদ কৰাৰ বাবে গোৰ ৰুজু কৰা আৰু হত্যাৰ ভাবুকি দিয়াটো স্বৈৰাচাৰী শাসন আৰু প্ৰতিশোধৰ ৰাজনীতিৰে অংশ। গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ কৰাটো সাংবিধানিক অধিকাৰ।

প্ৰতিবাদকাৰীৰ ওপৰত গোচৰ ৰুজু কৰাই নহয়, সমান্তৰালভাৱে দলীয় কৰ্মীৰ হতুৱাই ফোন যোগে ভয়-ভাবুকি দিয়াও আৰম্ভ কৰে। এনে কথপোকথন সংবাদ মাধ্যমত বহুল প্ৰচাৰ হৈছে। স্বাভাৱিকতে প্ৰশ্ন হৈছে গণতান্ত্ৰিক দেশ এখনত এনে শাসক গোষ্ঠীয়ে ভয়-ভাবুকিৰ ৰাজনীতি আৰম্ভ কৰিছে নেকি ?

আচৰিত কথাটো হৈছে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজূ কৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীক হত্যাৰ ভাবুকি দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এয়া গৰিহণাযোগ্য আৰু নিন্দনীয়। ডি ৱাই এফ আইয়ে দাবী কৰিছে প্ৰতিবাদকাৰী ৰাইজৰ ওপৰত ৰুজু কৰা গোচৰ শীঘ্ৰে প্ৰত্যাহাৰ কৰক। স্বৈৰাচাৰী শাসন বন্ধ কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd