DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দহ হেজাৰ নামঘৰৰ তথ্য সমৃদ্ধ গ্ৰন্থ প্ৰকাশ কৰিব উত্তৰ গুৱাহাটীৰ আউনীআটি সত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2018 10:03 am
IMG_20180302_205305

সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী। ফাইল ফটো

415
VIEWS
Share on FacebookShare on Twitter

এক বিৰল পদক্ষেপ গ্ৰহণ কৰি উত্তৰ গুৱাহাটীত অৱস্থিত আউনীআটি সত্ৰই প্ৰথমবাৰৰ বাবে দহ হেজাৰ নামঘৰৰ তথ্য সমৃদ্ধ গ্ৰন্থ মুকলি কৰিব। শুকুৰবাৰে সত্ৰখনত উপস্থিত হৈ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এই কথা ঘোষণা কৰে।

সত্ৰাধিকাৰ গৰাকীয়ে জানিবলৈ দিয়ে যে সত্ৰখনিয়ে উজনি অসম, মধ্য অসম আৰু নামনি অসম ভিত্তিত সত্ৰীয়া সমাৰোহ অনুষ্ঠিত কৰি চাৰিটা খণ্ডত এই গ্ৰন্থ মুকলি কৰিব। অসমৰ পোন্ধৰশ নামঘৰৰ তথ্য সমৃদ্ধ প্ৰথম খণ্ড প্ৰথমে মুকলি কৰা হ’ব ইয়াৰ পাছত বাকী তিনিটা খণ্ড পৰ্যায় ক্ৰমে মুকলি কৰা হ’ব।

সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক-গৱেষক দেৱ গোস্বামীয়ে জানিবলৈ দিয়ে যে সত্ৰ নগৰী মাজুলীত সমাৰোহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই গ্ৰন্থৰ বাবে নামঘৰৰ তথ্য যোগান ধৰিবলৈ অসমৰ সমূহ ৰাইজক সত্ৰাধিকাৰ গৰাকীয়ে আহ্বান জনাইছে।

আনহাতে, এগৰাকী অত্যন্ত সমাজ সচেতন তথা গতিশীল নেতৃত্বৰ ব্যক্তি দেব গোস্বামীয়ে সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাইজক বিশেষভাৱে আহ্বান জনাই দল চাই নহয়, প্ৰাৰ্থী চাইহে ভোট দিবলৈ কয়।

সত্ৰাধিকাৰ দেব গোস্বামীয়ে পূৰ্বৰ স্থিতি দোহাৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰো বিৰোধিতা কৰে। বিদেশীক বেলেগে বেলেগে ভাগ কৰাৰ কোনো প্ৰশ্ন নুঠে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

Recent News

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd