• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হেড-ৱাৰ্ণাৰৰ বেটিং বিক্ৰম, জাম্পাৰ স্পীন যাদুৰে অষ্ট্ৰেলিয়াই ৩৬ৰাণত পৰাস্ত কৰিলে ইংলেণ্ডক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2024 11:15 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টী-২০ বিশ্বকাপত এইবাৰ আৰম্ভণিৰ পৰাই ৰান বেছি উঠা দেখা যোৱা নাছিল। অৱশেষত ১৭ নং মেচত দুশ ৰান দেখা গ’ল। ব্ৰীজটাউনত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৭ উইকেটত ২০১ ৰান সংগ্ৰহ কৰে। ৰান খেদি ৬ উইকেটত ১৬৫ ৰানত স্তব্ধ হৈ পৰে ইংলেণ্ডৰ ইনিংছ।

কেনচিংটন অ’ভেলত অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডে ২০১ ৰান অনুসৰণ কৰি ভাল আৰম্ভণি কৰে। ফিল ছল্ট আৰু জোছ বাটলাৰে অপেনিং যুটীত ৭ অভাৰত ৭৩ ৰান সংগ্ৰহ কৰে। কিন্তু যেতিয়া এডাম জাম্পা বলিং কৰিবলৈ আহিল, তেতিয়াই খেলখন ঘূৰিবলৈ আৰম্ভ কৰিলে।

নিজৰ প্ৰথম খেলত ২৩টা বলত ৩৭ ৰান কৰা ছল্টক বল্ড কৰে জাম্পাই। পৰৱৰ্তী অভাৰতে তেওঁ ২৮টা বলত ৪২ ৰান সংগ্ৰহ কৰা বাটলাৰকো ঘুৰাই পঠিয়ায়। দুজন অ’পেনাৰ যোৱাৰ পিছতে ইংলেণ্ডৰ ৰান ৰেট হ্ৰাস পায়।হেৰুৱাই থাকে উইকেটো। ইফালে ম’ইন আলীয়ে গ্লেন মেক্সৱেলৰ এটা অভাৰত তিনিটা ছয় মাৰি আশাৰ সঞ্চাৰ কৰে যদিও তাৰ পিছত বেছি সময় টিকিব নোৱাৰিলে। ১৫টা বলত ২৫ ৰান কৰি তেওঁ পেট কামিন্সৰ বলত আউট হয়।

Apply Now
ফটো সৌজন্যঃ আইচিচি।

ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ইনিংছৰ ভাল আৰম্ভণি কৰিছিল। ট্ৰেভিছ হেড আৰু ডেভিদ ৱাৰ্নাৰে ৫ অভাৰত ৭০ ৰান সংগ্ৰহ কৰে। ৱাৰ্নাৰে ১৬টা বলত ৪টা ছয় আৰু ২টা চাৰিৰে ৩৯ ৰান সংগ্ৰহ কৰে। হেডে ১৮টা বলত ৩টা ছয় আৰু ২টা চাৰিৰে ৩৪ ৰানৰ ইনিংছ খেলে। এই দুজনৰ সৌজন্যত পাৱাৰপ্লেত অষ্ট্ৰেলিয়াই ২ উইকেটত ৭৪ ৰান সংগ্ৰহ কৰে, যিটো এই প্ৰতিযোগিতাৰ প্ৰথম ছয় অভাৰত সৰ্বাধিক ৰান।

মিচেল মাৰ্ছ , মেক্সৱেল আৰু ষ্ট’ইনিছৰ বেটত অ’পেনাৰ ৰান হাৰ অব্যাহত থাকে। এক সন্মিলিত প্ৰচেষ্টাৰে অষ্ট্ৰেলিয়াই এটা অৰ্ধশতক নোহোৱাকৈ ২০১ ৰান সংগ্ৰহ কৰি কানাডাৰ বিৰুদ্ধে আমেৰিকাৰ ১৯৭ ৰানৰ অভিলেখ অতিক্ৰম কৰে।

ফটো সৌজন্যঃ আইচিচি।

৩৬ ৰানত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ছুপাৰ এইটৰ পথত এখোজ আগুৱাই যায়। দুয়োখন খেলতে জয়লাভ কৰাৰ পিছত দলটোৰ পইণ্ট ৪। স্কটলেণ্ড এতিয়া ৩ পইণ্টেৰে গ্ৰুপত দ্বিতীয় স্থানত আছে। ইপিনে, অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পূৰ্বে স্কটলেণ্ডৰ সৈতে বৰ্ষাবিঘ্নিত মেচখনত পোৱা এক পইণ্টেই ইংলেণ্ডৰ সম্বল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd