DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Australia lost its Glory আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ লজ্জাজনক অভিলেখ; পাৰিবনে পাহৰিব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 7:48 am
WhatsApp Image 2021-10-31 at 7.18.45 AM
426
VIEWS
Share on FacebookShare on Twitter

Australia lost its Glory ক’ত হেৰাল অষ্ট্ৰেলিয়াৰ সেই আধিপত্য? এসময়ত ধাৰাবাহিকভাৱে জয়ৰ অভিলেখ গঢ়ি অষ্ট্ৰেলিয়াই বিশ্ব ক্ৰিকেটৰ মুকুট শিৰত পৰিধান কৰিছিল। সেই দিন যেন এতিয়া ইতিহাস হোৱাৰ পথত।

ক্ৰিকেট অনুৰাগীৰ বাবে বিশ্বাস কৰিবলৈকে টান যে এনে এক লজ্জাজনক পৰাজয়ৰ সৈতে অষ্ট্ৰেলিয়াৰ নাম সাঙোৰ খাই পৰিব।

শনিবাৰে ডুবাইত ইংলেণ্ডৰ বিৰুদ্ধে টী-২০ বিশ্বকাপৰ মেচখনত ১২৫ ৰাণতে অল আউট হৈ যোৱাৰ লগে লগেই অষ্ট্ৰেলিয়াই গঢ়িলে এক লজ্জাজনক অভিলেখ যিটো সহজে পাহৰিব পৰা নাযাব।

এই বছৰত আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত মুঠ ৬বাৰ অল আউট হৈছে অষ্ট্ৰেলিয়া। আন কোনো দলে এটা বছৰত এইদৰে ইমানবাৰ আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত অল আউট হোৱাৰ দৃষ্টান্ত নাই।

অষ্ট্ৰেলিয়াই এইক্ষেত্ৰত শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ অভিলেখ ভংগ কৰে। ২০১৭চনত শ্ৰীলংকাই আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত মুঠ ৫বাৰ অল আউট হৈছিল।

সেইদৰে, ৱেষ্ট ইণ্ডিজে ২০১৮চনত আন্তৰ্জাতিক টী-২০ ক্ৰিকেটত মুঠ ৫বাৰ অল আউট হৈছিল।

ডুবাইত শনিবাৰে অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰি নিৰ্দ্ধাৰিত ২০ অভাৰত ১২৫ ৰাণত অল আউট হয়। প্ৰত্যুত্তৰত ইংলেণ্ডে ১১.৪ অভাৰত ৫০টা বল খেলিবলৈ বাকী থকা অৱস্থাতে ৮ উইকেটৰ বৃহৎ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে। 

Recent News

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd