DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home শীর্ষ সংবাদ

কৰ’ণা ত্ৰাস! সোমবাৰৰ পৰা পুনৰ লকডাউন ঘোষণা অষ্ট্ৰিয়াত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2021 6:23 pm
Austria Reimposes Lockdown From Monday
199
VIEWS
Share on FacebookShare on Twitter

ক’ভিদ মহামাৰীৰ ভয়ংকৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰিয়াই সকলোৰে বাবে লকডাউন আৰোপ কৰিব আৰু টিকাকৰণ বাধ্যতামূলক কৰিব। আজি এই কথা ঘোষণা কৰিছে চেঞ্চেলৰ আলেকজেণ্ডাৰ শ্বালেনবাৰ্গে।

“অষ্ট্ৰীয়াই অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰা কোভিড-১৯ টিকাকৰণ বাধ্যতামূলক কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে সোমবাৰৰ পৰা লকডাউন পুনৰ আৰম্ভ হ’ব আৰু ১০ দিনৰ পিছত মূল্যাঙ্কন কৰা হ’ব।”— শ্বালেনবাৰ্গে কয়।

“কেইবা মাহধৰি অনুৰোধ জনোৱা স্বত্বেও আমি পৰ্যাপ্ত লোকক টিকাকৰণ কৰাৰ বাবে সৈমান কৰাত সফল হোৱা নাই” বুলি উল্লেখ কৰি শ্বালেনবাৰ্গে দেশখনৰ স্বাস্থ্য প্ৰণালীৰ ওপৰত আক্ৰমণৰ বাবে টিকাকৰণ কৰিবলৈ অস্বীকাৰ কৰা সকলক দোষাৰোপ কৰিছিল।

এই সপ্তাহৰ আৰম্ভণিতে অষ্ট্ৰিয়াই ইতিমধ্যে টিকাকৰণ নকৰা বা শেহতীয়াকৈ আৰোগ্য নোহোৱা সকলৰ বাবে লকডাউন আৰম্ভ কৰিছে। ক’ভিদ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ এনে ব্যৱস্থা গ্ৰহণ কৰা প্ৰথম ইউৰোপীয় ইউনিয়নৰ দেশ হৈ পৰিছে অষ্ট্ৰিয়া।

অন্যান্য ইউৰোপীয় দেশসমূহেও সমগ্ৰ মহাদেশত ঘটনাবৃদ্ধি হোৱাৰ লগে লগে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd