বিশ্বৰ সৰ্ববৃহৎ নিয়োগ কাৰ্যসূচী ‘মনৰেগা’ৰ কথা এবাৰো উল্লেখ নকৰিলে সীতাৰমণে! তৃতীয় বছৰৰ বাবে স্থিৰ আবণ্টিত ধন
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে দ্বিতীয়বাৰৰ বাবে বাজেট ভাষণত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ কথা উল্লেখ নকৰিলে। উল্লেখ্য...














