NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিয়াৰ পিছত অবৈধ সম্পৰ্কত লিপ্ত পুত্ৰ আৰু পুত্ৰৰ পত্নীৰ : লোকচক্ষুৰ ভয়ত দুয়োকে হত্যা মাতৃৰ

বিয়াৰ পিছত অবৈধ সম্পৰ্কত লিপ্ত পুত্ৰ আৰু পুত্ৰৰ পত্নীৰ : লোকচক্ষুৰ ভয়ত দুয়োকে হত্যা মাতৃৰ

চলিত বৰ্ষৰ জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ আগ্ৰা নিবাসী ২২ বছৰীয়া বিকাশ আৰু ১৮ বছৰীয়া দীক্ষাৰ বিবাহ হয়। কিন্তু বিয়াৰ পিছত...

১৫ বছৰীয়া আইনী যুদ্ধৰ অন্তত এহাল দম্পতীৰ ওচৰত পৰাস্ত গুগ’ল : ২৬,১৭২ কোটি টকাৰ জৰিমনা

১৫ বছৰীয়া আইনী যুদ্ধৰ অন্তত এহাল দম্পতীৰ ওচৰত পৰাস্ত গুগ’ল : ২৬,১৭২ কোটি টকাৰ জৰিমনা

১৫ বছৰ পূৰ্বে গুগলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আদালতলৈ গৈছিল এহাল ব্ৰিটিছ দম্পতী। অভিযোগ আছিল যে গুগলে বজাৰত প্ৰভাৱ...

প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ ‘কংগ্ৰেছ দৰ্পন’ৰ সম্পাদনা কমিটী গঠন

প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ ‘কংগ্ৰেছ দৰ্পন’ৰ সম্পাদনা কমিটী গঠন

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰদ্বাৰা প্ৰকাশিতব্য 'কংগ্ৰেছ দৰ্পন' শীৰ্ষক মাহেকীয়া মুখপত্ৰখনৰ বাবে আজি সম্পাদনা কমিটীখন প্ৰকাশ কৰা হয়। এই অনুসৰি প্ৰাক্তন...

অনিয়মেৰে নিযুক্তি লোৱা ১৭ গৰাকী আৰক্ষী পৰিদৰ্শকক বচোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে : ডি ৱাই এফ আই

অনিয়মেৰে নিযুক্তি লোৱা ১৭ গৰাকী আৰক্ষী পৰিদৰ্শকক বচোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে : ডি ৱাই এফ আই

অনিয়মেৰে বাচনি লাভ কৰি  ১৬ বছৰে চাকৰি কৰি থকা ১৭ গৰাকী ভুৱা আৰক্ষীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ সলনি তেওঁলোকক...

মধ্যপ্ৰদেশৰ জংঘলত উদ্ধাৰ ৭ টা হাতীৰ মৃতদেহ, সংকটজনক অৱস্থাত উদ্ধাৰ আৰু ৩ টা হাতী

মধ্যপ্ৰদেশৰ জংঘলত উদ্ধাৰ ৭ টা হাতীৰ মৃতদেহ, সংকটজনক অৱস্থাত উদ্ধাৰ আৰু ৩ টা হাতী

মধ্যপ্ৰদেশৰ অৰণ্যত উদ্ধাৰ হৈছে ৭টাকৈ বন্যহস্তীৰ মৃতদেহ। লগতে সংকটজনক অৱস্থাত উদ্ধাৰ হৈছে আৰু তিনিটা হাতী। বৰ্তমান আৰু দুটা হাতীৰ শাৰীৰিক...

ৰাছিয়াক সাহায্য কৰাৰ পৰিণাম! ভাৰতৰ ১৯ টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই

ৰাছিয়াক সাহায্য কৰাৰ পৰিণাম! ভাৰতৰ ১৯ টা কোম্পানীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিলে আমেৰিকাই

আমেৰিকাই ১৯টা ভাৰতীয় কোম্পানী আৰু দুজন নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাই কয় যে এই কোম্পানীসমূহে ৰাছিয়াক ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ...

অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় মুদ্ৰাৰ মূল্য! ডলাৰৰ হিচাপত কিমান কমিল?

অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় মুদ্ৰাৰ মূল্য! ডলাৰৰ হিচাপত কিমান কমিল?

সমগ্ৰ দেশ এতিয়া উৎসৱত মতলীয়া। কিন্তু উৎসৱৰ মাজতে অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। ফলত উৎসৱৰ দিনটোতে ভাৰতীয়ৰ আনন্দৰ...

বিশিষ্ট অৰ্থনীতিবিদ, প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট অৰ্থনীতিবিদ, প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি

বিশিষ্ট অৰ্থনীতিবিদ বিবেক দেৱৰয়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিত্তীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল...

শিৱসাগৰত বিধ্বসী অগ্নিকাণ্ডৰ ঘটনা, জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু

শিৱসাগৰত বিধ্বসী অগ্নিকাণ্ডৰ ঘটনা, জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু

শিৱসাগৰ নগৰৰ মাজমজিয়াত সংঘটিত হৈছে এক বিধ্বসী অগ্নিকাণ্ড। শিৱসাগৰৰ সদৰ থানাৰ সমীপৰ লক্ষীপ্ৰিয়া পথত (৭নং ৱাৰ্ড)১১ টা ভাড়াঘৰত এই ভয়ংকৰ...

দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক-যুৱতী

দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত দুই যুৱক-যুৱতী

বৃহস্পতিবাৰে দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক-যুৱতী। দুখন স্কৰপিঅ’ বাহনৰ...

Page 1383 of 6703 1 … 1,382 1,383 1,384 … 6,703

Stay Connected

Recent News