বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ঘোষণা; সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা দাখিল কৰা হ’ব সংসদত
সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াক ‘নিয়ন্ত্ৰণ’ কৰিবলৈ নৰেন্দ্ৰ মোডী চৰকাৰে সম্প্ৰচাৰ সেৱা (ব্ৰডকাষ্টিং) নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা গৃহীত কৰাৰ চেষ্টা...














