• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইআইটি কানপুৰত চৰম পন্থা বাছি ল’লে পিএইচডিৰ ছাত্ৰীয়ে; এবছৰৰ ভিতৰত সংঘটিত এয়া চতুৰ্থ ঘটনা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 11, 2024 9:19 am
2.2k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ কানপুৰত বৃহস্পতিবাৰে এগৰাকী ২৮ বছৰীয়া পি এইচ ডি ছাত্ৰৰ আত্মহত্যাৰ ফলত মৃত্যু হয়৷ চলিত বছৰৰ ভিতৰত এয়া চতুৰ্থটো ঘটনা৷

ভূ-বিজ্ঞানত পি এইচ ডি কৰি থকা ছাত্ৰীয়ে মাজনিশা ৪ নম্বৰ হলৰ হোষ্টেলৰ কোঠা ডি-১১৬ৰ ভিতৰত আত্মহত্যা কৰি মৃত্যুবৰণ কৰে যদিও বৃহস্পতিবাৰে দুপৰীয়া হোষ্টেলৰ সতীৰ্থসকলে কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ পিছত এই বিষয়টো পোহৰলৈ আহে।

আই আই টি কানপুৰে এক বিবৃতিত কয় যে, “মৃত্যুৰ পৰিস্থিতিৰ তদন্তৰ বাবে আৰক্ষীৰ ফৰেনছিক দল এটাই কেম্পাছত উপস্থিত হৈছে। কাৰণ নিৰ্ণয় কৰিবলৈ ইনষ্টিটিউটটোৱে আৰক্ষীৰ তদন্তৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে। প্ৰগতি খৰিয়াৰ মৃত্যুৰ লগে লগে প্ৰতিষ্ঠানটোৱে হেৰুৱাইছে এজন আশাব্যঞ্জক যুৱ গৱেষক।তেখেতৰ আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু এই বৃহৎ ক্ষতিৰ সময়ত শান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো।”

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, হোষ্টেল পোৱাৰ লগে লগে তেওঁৰ কোঠাত তলা লগোৱা দেখা পাইছিল আৰু লগতে কয় যে কোঠাটোৰ দুৱাৰ ভাঙি খোলাৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

সেই স্থানত উদ্ধাৰ হয় এখন টোকা, য’ত ছাত্ৰীগৰাকীয়ে লিখিছিল যে তেওঁ নিজৰ মৃত্যুৰ বাবে নিজেই দায়ী। আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, হোষ্টেলৰ কোঠাৰ পৰা এটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে যিয়ে হয়তো আৰক্ষীক আত্মহত্যাৰ আঁৰৰ ৰহস্য সমাধানত সহায় কৰিব।

মৃতকে দিল্লী বিশ্ববিদ্যালয়ৰ হন্সৰাজ মহাবিদ্যালয়ৰ পৰা বি এছ চি আৰু ঝান্সীৰ বুণ্ডেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি সম্পূৰ্ণ কৰিছিল।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd