NE NOW NEWS

অখিল গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, এই বিষয়ত কাৰো চিন্তা-চৰ্চা নাই – ফেচবুক পোষ্টত ক্ষোভ অখিল গগৈৰ

আজি ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, এই বিষয়ত কাৰো চিন্তা-চৰ্চা নাই – ফেচবুক পোষ্টত ক্ষোভ অখিল গগৈৰ

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ চিন্তা: অসমলৈ পৰ্যটকৰ সোঁত হ্ৰাস পাইছে।এইবাৰৰ পৰ্যটন বৰ্ষটোত পৰ্যটক বৃদ্ধিৰ সম্ভাৱনাতো কমেই, মুঠ পৰ্যটকো বছৰটোৰ শেষত যোৱাবাৰৰ...

কি যে হ’ব! গোৱাৰ সলনি অযোধ্যাত মধুচন্দ্ৰিকা; বিবাহ বিচ্ছেদ বিচাৰি আদালতত মহিলা

কি যে হ’ব! গোৱাৰ সলনি অযোধ্যাত মধুচন্দ্ৰিকা; বিবাহ বিচ্ছেদ বিচাৰি আদালতত মহিলা

ভূপালৰ পিপলানিৰ এগৰাকী মহিলাই পৰিয়াল আদালতৰ কাষ চাপি বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে কিয়নো তেওঁৰ স্বামীয়ে তেওঁক গোৱা আৰু দক্ষিণ...

অবাধ দুৰ্নীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক ৰাহুল গান্ধী; আজমলৰ বিৰুদ্ধেও সৰৱ

অবাধ দুৰ্নীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক ৰাহুল গান্ধী; আজমলৰ বিৰুদ্ধেও সৰৱ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমত চলি থকা অবাধ দুৰ্নীতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। তেওঁ পুনৰ...

অক্লান্ত যোদ্ধা! অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে ল’লে অৱসৰ

অক্লান্ত যোদ্ধা! অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে ল’লে অৱসৰ

বক্সাৰ মেৰী কমে অৱসৰ গ্ৰহণ কৰিলে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা ২০১২ চনৰ অলিম্পিক পদক বিজয়ী মেৰীকমে বুধবাৰে অৱসৰৰ কথা ঘোষণা...

পুৱাৰ খোজকঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ: জানেনে ইয়াৰ গুণাগুণ?

পুৱাৰ খোজকঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ: জানেনে ইয়াৰ গুণাগুণ?

সাধাৰণতে খোজ কঢ়াক এক স্বাস্থ্যকৰ ব্যায়াম হিচাপে গণ্য কৰা হয়। কম শাৰীৰিক কাৰ্যকলাপ হ'লেও নিয়মিত খোজ কঢ়াৰ অভ্যাসে আপোনাৰ শৰীৰৰক...

যোশীমঠত ভাঙি পেলোৱা হ’ব প্ৰায় ১০০০ টা ঘৰ, ঘৰ এৰি যাবলৈ অনিচ্ছুক বাসিন্দা

যোশীমঠত ভাঙি পেলোৱা হ’ব প্ৰায় ১০০০ টা ঘৰ, ঘৰ এৰি যাবলৈ অনিচ্ছুক বাসিন্দা

যোশীমঠত ভাঙি পেলোৱা হ’ব প্ৰায় ১০০০ টা ঘৰ। চৰকাৰী জাননী পোৱাৰ পিছতো স্থানীয় ৰাইজে ঘৰৰ এৰি যাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে।...

পঞ্জাৱত নহয় আপ-কংগ্ৰেছৰ মিত্ৰতা, জনালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে 

পঞ্জাৱত নহয় আপ-কংগ্ৰেছৰ মিত্ৰতা, জনালে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে 

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া মিত্ৰজোঁটৰ ওপৰত পৰিছে ইটোৰ পিছত সিটোকৈ আঘাত। পঞ্জাৱত নহয় আপ-কংগ্ৰেছ মিত্ৰতা।  পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে...

গাখীৰৰ লগত ভুলতো নাখাব এইকেইটা খাদ্য, নহ’লে ভুগিব বদহজমৰ সমস্যাত

গাখীৰৰ লগত ভুলতো নাখাব এইকেইটা খাদ্য, নহ’লে ভুগিব বদহজমৰ সমস্যাত

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এটি বিশেষ খাদ্য হ’ল গাখীৰ। শিশুৰ পৰা আৰম্ভ কৰি সকলো সুস্থ মানুহৰ বাবে গাখীৰ এক উপকাৰী খাদ্য।...

মমতাৰ অবিহনে কল্পনাই কৰিব নোৱাৰি বিৰোধী ঐক্য ইণ্ডিয়া – ভগ্ন সম্পৰ্ক জোৰা দিয়াৰ চেষ্টা জয়ৰাম ৰমেশৰ

মমতাৰ অবিহনে কল্পনাই কৰিব নোৱাৰি বিৰোধী ঐক্য ইণ্ডিয়া – ভগ্ন সম্পৰ্ক জোৰা দিয়াৰ চেষ্টা জয়ৰাম ৰমেশৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিৰোধী ঐক্য ‘ইণ্ডিয়া’ ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই মূৰত স্বৰ্গ ভাঙি পৰিছে কংগ্ৰেছৰ নেতাসকলৰ। বুধবাৰে...

ধৰ্ষক খোদ মহিলা : এইবাৰ মহিলাৰ হাতত ধৰ্ষিতা ৪ বছৰীয়া শিশু

ধৰ্ষক খোদ মহিলা : এইবাৰ মহিলাৰ হাতত ধৰ্ষিতা ৪ বছৰীয়া শিশু

মঙলবাৰে দিল্লীৰ আদালতে নাবালিকাৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত এক গোচৰত ৰায় দিয়ে। আদালতে POCSO আইনৰ অধীনত দোষী মহিলাগৰাকীক ১০ বছৰৰ...

Page 1732 of 6625 1 1,731 1,732 1,733 6,625

Stay Connected

Recent News