• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পুৱাৰ খোজকঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ: জানেনে ইয়াৰ গুণাগুণ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2024 7:03 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে খোজ কঢ়াক এক স্বাস্থ্যকৰ ব্যায়াম হিচাপে গণ্য কৰা হয়। কম শাৰীৰিক কাৰ্যকলাপ হ’লেও নিয়মিত খোজ কঢ়াৰ অভ্যাসে আপোনাৰ শৰীৰৰক অনন্য উপকাৰিতা প্ৰদান কৰে। কেৱল দৈহিক উপকাৰিতাই নহয়, নিয়মিত খোজ কঢ়াৰ অভ্যাসে ব্যক্তিৰ মানসিক স্বাস্থ্যৰো উপকাৰ সাধন কৰে। সেয়ে পৰাপক্ষত পুৱাৰ ভাগত বা সুবিধা অনুযায়ী বিয়লি হ’লেও খোজ কঢ়াৰ অভ্যাস আপোনাৰ বাবে মহৌষধ স্বৰূপ হৈ পৰিব পাৰে।

খোজ কঢ়াৰ অভ্যাসে কেনেদৰে ব্যক্তিৰ স্বাস্থ্য উপকাৰিতা সাধন কৰে, সেই বিষয়ে বিষেশজ্ঞসকলে মতামত আগবঢ়াইছে। এনে কিছু গুণাগুণ সম্পৰ্কে চাওঁ আহকচোন:

Apply Now

১/ মন-মেজাজ উন্নত কৰে

খোজ কঢ়াৰ সময়ত দেহৰ পৰা এণ্ড’ৰ্ফিন হৰম’নৰ নিগৰ্মন প্ৰসাৰিত হয়। এই এণ্ড’ৰ্ফিনক ‘ফিল-গুড’ হৰম’ন বুলি জনা যায়। এই হৰম’নৰ নিগৰ্মনে উদ্বেগ আৰু হতাশা হ্ৰাস কৰাত সহায় কৰে। তদুপৰি শীতকালত খোজ কঢ়াৰ অভ্যাস ঋতুভিত্তিক প্ৰভাৱাত্মক বিকাৰ(SAD)ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত এক উত্তম উপায়।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

নিয়মিতভাৱে খোজ কাঢ়িলে ব্যক্তিৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ’ব পাৰে, যাৰ ফলত চৰ্দি, ফ্লু আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। খোজ কাঢ়িলে দেহত ৰক্ত সঞ্চালন উন্নত হয়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কোষবোৰ সমগ্ৰ শৰীৰত অধিক কাৰ্যক্ষম হৈ উঠে।

৩/ ওজন নিয়ন্ত্ৰণত সহায় কৰে

নিয়মিত খোজ কঢ়াৰ অভ্যাসে ব্যক্তিক দেহৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। খোজ কঢ়াৰ ফলত দেহৰ কেলৰি হ্ৰাস পায়, বিপাকীয় ক্ৰিয়া উন্নত হয় আৰু শৰীৰৰ গঠন সুস্থ কৰি ৰাখে।

৪/ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

এই ব্যায়ামে ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে আৰু সামগ্ৰিকভাৱে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰিব পাৰে। ই হৃদযন্ত্ৰলৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে আৰু ধমনীৰ কাৰ্যক্ষমতা উন্নত কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

৫/ হাওঁফাওঁৰ কাৰ্যক্ষমতা উন্নত কৰে

এক নিৰ্দিষ্ট গতিত খোজ কাঢ়িলে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু শ্বাস-প্ৰশ্বাসৰ পেশী শক্তিশালী হয়। এই শাৰীৰিক ব্যায়ামে অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে আৰু হাওঁফাওঁৰ পৰা ক্ষতিকাৰক প্ৰভাৱ অধিক কাৰ্যক্ষমভাৱে নিষ্কাশন কৰে।

৬/ হাড় মজবুত কৰে

নিয়মিক খোজ কঢ়াৰ অভ্যাসে অষ্টিঅ’পৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰে। এই অভ্যাসে হাড়ৰ ঘনত্ব বজাই ৰখা আৰু বৃদ্ধি কৰাত সহায় কৰি হাড় মজবুত কৰি তোলে।

৭/ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে

এই শাৰীৰিক ব্যায়ামে মগজুলৈ তেজৰ সঞ্চালন বৃদ্ধি কৰে, স্মৃতিশক্তি বৃদ্ধি কৰে আৰু মগজুৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। সেয়ে এই অভ্যাসৰ দ্বাৰা মগজুৰ কাৰ্যক্ষমতা উন্নত হয় আৰু স্মৃ্তিশক্তি হ্ৰাস পোৱাৰ আশংকা কম হয়।

৮/ টোপনি ভাল কৰে

নিয়মিত খোজ কঢ়াৰ অভ্যাসে টোপনিৰ মান উন্নত কৰিব পাৰে। ই টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন চেৰ’টনিনৰ নিৰ্গমনত সহায় কৰে।

৯/ ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি কৰে

পুৱাৰ সূৰ্যৰ ৰশ্মি আমাৰ দেহৰ বাবে অতি উপকাৰী। সূৰ্যৰ পোহৰে আমাক অতি প্ৰয়োজনীয় ভিটামিন ডিৰ যোগান ধৰে। সেয়ে পুৱা খোজ কাঢ়িলে দেহত ভিটামিন ডি উৎপাদন বৃদ্ধি হয়, যি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড়ৰ গঠন তথা দেহৰ সামগ্ৰিক সুস্থতাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd